ভাৰতবৰ্ষত বীমা ব্য়ৱাসায় নিয়ন্ত্ৰণৰ কাৰণে ভাৰত চৰকাৰে গঠন কৰা সংস্থাটোৰ নাম কি ?

ভাৰতবৰ্ষত বীমা ব্য়ৱাসায় নিয়ন্ত্ৰণৰ কাৰণে ভাৰত চৰকাৰে গঠন কৰা সংস্থাটোৰ নাম হৈছে ইঞ্চিউৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেন্ট অথ’ৰিটি ।