ভাৰতৰ কোনখন নগৰক কুইন অব আৰব সাগৰ বুলি কোৱা হয় ?

ভাৰতৰ কেৰেলা ৰাজ্য়ৰ কুচি নগৰক কুইন অব আৰব সাগৰ বুলি কোৱা হয় ।