অসমৰ ভূগোল । অধ্যায় ৪ । SEBA Class 10 Social Science geography Chapter 4 Question and Answer | Assamese Medium Class 10 Social Science Geography Lesson 4 Solution | দশম মান শ্ৰেণীৰ সমাজ বিজ্ঞান (ভূগোল) অধ্যায় ৪ অসমৰ ভূগোল পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

অসমৰ ভূগোল

অনুশীলনী

১। অসমৰ মাটিকালি , জনসংখ্যা আৰু জনসংখ্যা ঘনত্বৰ বিষয়ে তথ্যসহকাৰে চমুকৈ লিখা ।

উত্তৰঃ

২। অসমৰ শিক্ষিতৰ হাৰ কিদৰে বৃদ্ধি হৈছে চমুকৈ উল্লেখ কৰা ।

উত্তৰঃ

৩। ২০১১ চনৰ তথ্য মতে অসমত কেইখন প্রথম শ্রেণীৰ আৰু কেইখন দ্বিতীয় শ্রেণীৰ চহৰ আছে ?

উত্তৰঃ

৪। ১৯০১ চনৰপৰা ২০১১ চনলৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে আলােচনা কৰা ।

উত্তৰঃ

৫। ভৌগােলিক অঞ্চলভেদে উপযুক্ত মানচিত্ৰৰ সহায়ত অসমৰ জনসংখ্যাৰ বিতৰণ পর্যালােচনা কৰা ।

উত্তৰঃ

৬। অসমৰ জনসংখ্যা বিতৰণৰ ভিন্নতাৰ কাৰণবােৰ উদাহৰণসহ চমুকৈ আলােচনা কৰা ।

উত্তৰঃ

৭। ২০১১ চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা আৰু জনসংখ্যা ঘনত্ব থকা আৰু আটাইতকৈ কম জনসংখ্যা আৰু জনসংখ্যা ঘনত্ব থকা জিলাৰ নাম উল্লেখ কৰা ।

উত্তৰঃ

৮। অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবােৰ চমুকৈ আলােচনা কৰা ।

উত্তৰঃ

৯। অসমলৈ প্রাচীন কালৰপৰা বর্তমান সময়লৈকে হােৱা জনপ্ৰব্ৰজনৰ সোঁতবােৰ একাদিক্রমে উল্লেখ কৰা ।

উত্তৰঃ

১০। অসমৰ আহােমসকলৰ জনগােষ্ঠীয় পৰিচয় দাঙি ধৰা ।

উত্তৰঃ

১১। পৰিবহণ ব্যৱস্থাই অসমৰ অর্থনৈতিক উন্নতিত কিদৰে সহায় কৰিছে চমুকৈ আলােচনা কৰা ।

উত্তৰ

১২। অসমৰ জলপৰিবহণৰ বিষয়ে এটি চমু টোকা লিখা ।

উত্তৰঃ

১৩। অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া পাঁচটা প্রধান কাৰণ উল্লেখ কৰা ।

উত্তৰঃ

১৪। সম্পদ বুলিলে কি বুজায় ? অসমৰ প্রধান প্রাকৃতিক সম্পদবােৰ কি কি ?

উত্তৰঃ

১৫। অসমৰ প্ৰধান তৈলক্ষেত্ৰসমূহ উল্লেখ কৰা ।

উত্তৰঃ

১৬। অসমৰ জলসম্পদৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ

১৭। অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ কাৰণবােৰ কি কি ?

উত্তৰঃ

১৮। বর্ধিত জনসংখ্যাই প্রাকৃতিক সম্পদৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাইছে ?

উত্তৰঃ

১৯। অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বােজা ( সমস্যা নে সম্পদ ? আলােচনা কৰা ।

উত্তৰঃ

২০। অসমত মানৱ সম্পদ গঢ়িবলৈ কেনে পদক্ষেপ গ্রহণ কৰিব লাগে ?

উত্তৰঃ

২১। অসমৰ অৰ্থনীতিত কৃষিখণ্ডৰ ভূমিকা সম্পর্কে চমুকৈ আলােচনা কৰা ।

উত্তৰঃ

২২। অসমৰ কৃষি – জলবায়বীয় অঞ্চলকেইটা কি কি ? এইকেইটাৰ বৈশিষ্ট্য চমুকৈ উল্লেখ কৰা ।

উত্তৰঃ

২৩। অসমত কি কি ধানৰ খেতি কৰা হয় ? এইকেইটাৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ

২৪। ধান কিয় অসমৰ প্ৰধান শস্য হিচাপে পৰিগণিত হৈছে ?

উত্তৰঃ

২৫। অসমত কি কি মাহজাতীয় শস্যৰ খেতি কৰা হয় ?

উত্তৰঃ

২৬। অসমৰ ঝুম খেতিৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ

২৭। ২০১৪ চনৰ অসমৰ ঔদ্যোগিক আৰু বিনিয়ােগ নীতিৰ প্ৰধান লক্ষ্যবােৰ কি কি ?

উত্তৰঃ

২৮। সেৱা খণ্ডৰ উদ্যোগ বুলিলে কি বুজায় ? উদাহৰণ দি বুজাই লিখা । .

উত্তৰঃ

২৯। অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগবােৰ কি কি ?

উত্তৰঃ

৩০। অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ

৩১। অসমৰ মীন উদ্যোগৰ বর্তমান অৱস্থা কেনেকুৱা ? .

উত্তৰঃ

৩২। অসমৰ কৃষি উন্নয়নৰ সমস্যাবােৰ উল্লেখ কৰা ।

উত্তৰঃ

৩৩। অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে তাৰ কাৰণসমূহ লিখা ।

উত্তৰঃ

৩৪। অসমৰ গৰ্যটন উদ্যোগৰ সমস্যাৰােৰ উল্লেখ কৰা ।

উত্তৰঃ

৩৫। অসমৰ অর্থনৈতিক উন্নয়নৰ সম্ভাৱনাবােৰ কি কি ?

উত্তৰঃ