পৰিৱেশ আৰু পৰিৱেশিকা সমস্যা । অধ্যায় ২ । Class 10 Social Science geography Lesson 2 Qestion and Answer Assam | SEBA Class 10 Social Science Geography Chapter 2 Solution | Class 10 Social Science |

পৰিৱেশ আৰু পৰিৱেশিকা সমস্যা

অনুশীলনী

১। পৰিৱেশ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা ।

উত্তৰঃ

২। পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা ।

উত্তৰঃ

৩। স্থলমণ্ডল বুলিলে কি বুজায় লিখা । ৪। জলমণ্ডলৰ ভিতৰত কি কি পৰে লিখা ।

উত্তৰঃ

৫। বায়ুমণ্ডল কিহেৰে গঠিত লিখা ।

উত্তৰঃ

৬। জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা ।

উত্তৰঃ

৭। পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ
৮। পৰিৱেশৰ পৰিবৰ্তনৰ প্ৰধান কাৰকবােৰ উল্লেখ কৰা ।

উত্তৰঃ

৯। পৰিৱেশৰ সমস্যা মানে কি ব্যাখ্যা কৰা ।

উত্তৰঃ

১০। ভৌগােলিক দিশৰপৰা পৰিৱেশৰ সমস্যাক কি কি ভাগত ভগাব পাৰি লিখা ।

উত্তৰঃ

১১। পৰিৱেশৰ স্থানীয় সমস্যা কি ? উদাহৰণ দি লিখা ।

উত্তৰঃ

১২। পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ দিয়া ।

উত্তৰঃ

১৩। কোনবােৰ সমস্যাক গােলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয় লিখা ।

উত্তৰঃ

১৪। পৰিৱেশৰ প্রধান সমস্যাসমূহ উল্লেখ কৰা ।

উত্তৰঃ

১৫। প্ৰদূষণৰ অর্থ লিখা ।

উত্তৰঃ

১৬। পানী প্রদূষণ কি আৰু কেনেকৈ হয় লিখা ।

উত্তৰঃ

১৭। মাটি প্ৰদূষণৰ বিষয়ে এটি চমু টোকা লিখা ।

উত্তৰঃ

১৮। বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা ।

উত্তৰঃ

১৯। মৰুভূমি কাক বােলে ? মৰুকৰণৰ সংজ্ঞা দিয়া ।

উত্তৰঃ

২০। মৰুকৰণৰ কাৰণ দর্শাৱা ।

উত্তৰঃ

২১। মকৰণ সমস্যাৰ সমাধান সম্ভৱনে ?

উত্তৰঃ

২২। গােলকীয় উত্তাপ বৃদ্ধি কি ? ইয়াৰ কাৰকবােৰ উল্লেখ কৰা ।

উত্তৰঃ

২৩। গােলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব লিখা ।

উত্তৰঃ

২৪। গােলকীয় উত্তাপ বৃদ্ধি বােধ কৰাৰ উপায় কি ?

উত্তৰঃ

২৫। তােমাৰ নিজৰ ঠাইখনত পৰিৱেশৰ কিবা সমস্যা আছেনে ? যদি আছে তাৰ কাৰণ ব্যাখ্যা কৰা আৰু সমাধানৰ উপায় চিন্তা কৰি লিখা ।