অসমৰ সম্পদ । অধ্যায় ৭ । Class 7 Social Science Lesson 7 Question and Answer Assam | SCERT Class 7 S.Science Chapter 7 Solution | সপ্তম মান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ৭ অসমৰ সম্পদ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

অসমৰ সম্পদ

১। উত্তৰ দিয়া।(ক) কাঠ-বাঁহৰ ওপৰত ভিত্তি কৰি অসমত গঢ়ি উঠা দুবিধ উদ্যোগৰ নাম কি?

উত্তৰঃ কাগজকল (জাগীৰোড)         জুইশালা (ধুবুৰী)।

(খ) অসমত থকা ব্যঘ্ৰ প্ৰকল্প দুটাৰ নাম।

উত্তৰঃ অসমত থকা দুটা বাঘ্ৰ প্ৰকল্পৰ নাম নামেৰি আৰু মানাহ।

(গ) অসমৰ কোনখন জিলাত সৰ্বাধিক লোকে বাস কৰে?

উত্তৰঃ নগাওঁ (২৮,২৬,০০৬ জন)।

(ঘ) বতমান অসমৰ মুঠ শিক্ষিতৰ হাৰ কিমান?

উত্তৰঃ ৭৩.১৮%

(ঙ) অসমৰ অধিকাংশ লোকৰ প্ৰধান জীৱিকা কি?

উত্তৰঃ কৃষি।

২। সঁচা-মিছা লিখা।

(ক) অসমৰ ২০০ ছেণ্টিমিটাৰকতকৈ অধিক বৰষুণ হোৱা অঞ্চলৰ উদ্ভিদ সাধাৰণতে চিৰসেউজীয়া।

উত্তৰঃ সঁচা।

(খ) শিমলু গছ পৰ্ণপাতী উদ্ভিদ শ্ৰেণীৰ অন্তৰ্গত।

উত্তৰঃ সঁচা।

(গ) বিভিন্ন বনজ আৰু খনিজ সম্পদত চহকী কাবি আংলং জিলাৰ জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক।

উত্তৰঃ মিছা।

(ঘ) কপিলী বৰাক নৈৰ এখন উপ-নৈ।

উত্তৰঃ মিছা।

(ঙ) অসমত মহিলাতকৈ পুৰুষৰ শিক্ষিতৰ হাৰ কম।

উত্তৰঃ মিছা।

৩। উদ্ভিদৰ পৰা আমি কি কি পাওঁ? এখন তালিকা কৰা।

উত্তৰঃ

৪। বন্য প্ৰাণীসমূহৰ বাবে অভয়াৰণ্যৰ  কিয় প্ৰয়োজন? (৫০ টা মান শব্দৰ ভিতৰত লিখা ।)

উত্তৰঃ 

৫। অসমৰ খাৰুৱা তেলৰ পুং আৰু কয়লাখনি থকা ঠাইসমূহৰ নাম লিখা ।

উত্তৰঃ 

৬। ভূ-তলজলৰ ব্যৱহাৰ সম্পকে প্ৰায় ৫০ টা শব্ধৰ ভিতৰত লিখা।

উত্তৰঃ 

৭। অসমৰ এখন নক্সা অংকন কৰি পাঠত দিয়া মানচিত্ৰ আৰু ভূচিত্ৰাৱলীৰ সহায়ত তলত দিয়াবোৰ বহুওৱা।

(ক) ৩ টা খাৰুৱা তেলৰ পুং ডিগবৈ, মৰাণ, দুলীয়াজান

(খ) ৩ টা কয়লাখনি লিডু, মাৰ্ঘেৰিটা, নাগিনিমৰা

(গ) ২ টা তেল শোধনাগাৰ নুনমাটি, নুমলীগড়

(ঘ)  চুণ শিল পোৱা এখন ঠাই ডিমা হাচাও জিলাৰ উমৰাংচু

(ঙ) তাৰা বিল, শিৱসাগৰ পুখুৰী

(চ)  এটি নদী বন্দৰ ধুবুৰী

(ছ) সোৱণশিৰি, পাগলাদিয়া, দিখৌ, ধনশিৰি, জাতিঙ্গা, ধলেশ্বৰী উপনৈ

উত্তৰঃ

৮। শিক্ষকক সুধি ২০০৯ চনত গ্ৰহণ কৰা শিশুৰ শিক্ষাৰ অধিকাৰ আইন সম্পৰ্কে  ১০০-১২০ টা শব্দৰ ভিতৰত এখন ৰচনা লিখা ।

উত্তৰঃ 

JK BHAI