অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা । অধ্যায় ২০ । Class 7 Social Science Lesson 20 Question and Answer Assam | Assamese Medium Class 7 S.Science Chapter 20 Answer | সপ্তম মান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ২০ অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা

১। চমু উত্তৰ লিখা— 

(ক) ৰাষ্ট্ৰীয় গ্রাম্য নিয়ােগ নিশ্চিতকৰণ আঁচনিৰ জৰিয়তে দুখীয়া নিবনুৱাসকলে কি লাভ কৰিছে? 

উত্তৰঃ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনিৰ জৰিয়তে দুখীয়া নিবনুৱাসকলকে জবকাৰ্ড লাভ কৰিছে।

(খ) বর্তমান প্রাথমিক বিদ্যালয়ৰ গৃহসমূহ কোন আঁচনিৰ অধীনত নির্মাণ কৰা হৈছে? 

উত্তৰঃ বৰ্তমান প্ৰাথমিক বিদ্যালয়ৰ গৃহসমূহ সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত নিৰ্মাণ কৰা হৈছে।  

(গ) স্বাস্থ্যৱান ব্যক্তি বুলিলে কাক বুজায়?

উত্তৰঃ স্বাস্থ্যৱান ব্যক্তি বুলিলে নিৰোগী আৰু কাৰ্যক্ষম ব্যক্তিক বুজায়।

(ঘ) সর্বাত্মক শিক্ষাৰ উদ্দেশ্য কি?

উত্তৰঃ সৰ্বাত্মক শিক্ষাৰ উদ্দেশ্য হৈছে- শাৰীৰিক আৰু মানসিকভাৱেবাধাগ্ৰস্ত শিশুসকলক সৰ্বাত্মক শিক্ষাৰ জৰিয়তে বাধ্যতামূলকভাৱে শিক্ষাৰ ব্যৱস্থাৰ লগত সাঙুৰি লোৱা।

২। উত্তৰ লিখা—

(ক) আন্তঃগাঁথনিমূলক কাম-কাজ মানে কি? আমাৰ দেশৰ চৰকাৰে দেশৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কি কি আঁচনি গ্ৰহণ কৰিছে?

উত্তৰঃ 

(খ) যাতায়াত আৰু যােগাযােগ ব্যৱস্থাই দেশৰ উন্নয়নত কেনেদৰে অৰিহণা যােগায় তাক বহলাই আলােচনা কৰা

উত্তৰঃ

৩।খালী ঠাই পূৰ কৰা— 

(ক) আন্তঃগাঁথনি মানে কোনাে কার্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় আগতীয়া কাৰিকৰী সংগঠন বা সা-সুবিধা যিবিলাকৰ অবিহনেঅৰ্থনৈতিক উন্নয়ন সম্ভব হ’ব নােৱাৰে। 

(খ) ৰাষ্ট্ৰীয় আয় বৃদ্ধি হােৱা মানে দেশ এখন উন্নতিৰ পথত অগ্রসৰ হােৱা।

(গ)  প্রধানমন্ত্রী গ্ৰামচড়কযােজনাৰ অধীনত গ্রামাঞ্চলৰ ৰাস্তা- ঘাটবােৰ পকীকৰণ  কৰা হৈছে। 

(ঘ) সংবিধানে প্ৰাথমিক  শিক্ষাক শিশুৰমৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে। 

(ঙ) বিদ্যুতৰ ব্যৱহাৰে আমাৰ জীৱনবােৰক যথেষ্ট সুচল আৰু উন্নয়নমুখী কৰি তুলিছে। 

৪। প্ৰকল্পঃতোমাৰ অঞ্চলত চৰকাৰে কি কি আঁচনি গ্ৰহণ কৰি অৰ্থনৈতিক উন্নয়ন সাধন কৰাৰ চেষ্টা কৰিছে তাক তলত দিয়া ধৰণে তালিভুক্ত কৰা।