উত্তৰ পূব ভাৰত । অধ্যায় ৮ । Class 7 Social Science Lesson 8 Question and Answer Assam | SCERT Class 7 S.Science Chapter 8 Solution | সপ্তম মান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ৮ উত্তৰ পূব ভাৰত পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

উত্তৰ পূব ভাৰত

১) উত্তৰ লিখা-

(ক) উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল?

উত্তৰঃ অৰুণাচল প্ৰদেশক আগতে নেফা বুলি জনা গৈছিল।

(খ) কোনখন ৰাজ্যৰ  ঠেক সমভূমি অংশই উত্তৰ-পূব ভাৰতক ভাৰত ভূখণ্ডৰ লগত সংযোগ কৰিছে?

উত্তৰঃ পশ্চিমবংগৰ ঠেক সমভূমি অংশই উত্তৰ-পূব ভাৰতক ভাৰত ভূখণ্ডৰ লগত সংযোগ কৰিছে।

(গ) উত্তৰ-পূব ভাৰতৰ  প্ৰধান নদী কেইখন আৰু কি কি?

উত্তৰঃ উত্তৰ- পূব ভাৰতৰ  প্ৰধান নদীসমূহ-

অৰুণাচল প্ৰদেশ- লুইত, সোৱণশিৰি, ছিয়াং, জীয়াভৰালী।

অসম- ব্ৰহ্মপুত্ৰ, বৰাক, সোৱণশিৰি, মানাহ, জীয়াভৰালী, বঢ়ীদিহিং, কপিলী, ধনশিৰি।

ত্ৰিপুৰা- ফেনী, গোমতী, খোৱাই, মহুৰি।

মণিপুৰ- বৰাক, ইম্ফল, ইৰিল।

নাগালেণ্ড- ঝুমকি, দয়াং, টিজু।

মিজোৰাম- কালাদন, টুইভাই, সোণাই, টলং, লঙ্গাই।মেঘালয়- ডিগাৰু (উমট্ৰু), বৰাপানী (উমিয়াম), সোমেশ্বৰী, দুধনৈ।

(ঘ) পাহাৰীয়া অঞ্চলতকৈ সমভূমি অঞ্চল কৃষি কাৰ্যত আগবঢ়া কিয়?

উত্তৰঃ 

(ঙ) উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্য উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া?

উত্তৰঃ

২। পাহাৰীয়া অঞ্চলত কেনে ধৰণে খেতি হয়? (৫০ টা মান শব্দৰ ভিতৰত লিখা।)

উত্তৰঃ 

৩। খালী ঠাই পূৰ কৰা-
(ক) উত্তৰ পূব ভাৰতৰ সাতখন ৰাজ্যৰ মুঠ মাটিকালি ২,৫৫,০৮৩ বৰ্গ কিল’মিটাৰ।
(খ) ভাৰতৰ উত্তৰ – পূব অঞ্চল ২০º  উত্তৰ অক্ষাংশৰ পৰা ২৯º৩০ উত্তৰ অক্ষাংশলৈকে বিস্তৃত।

(গ) উত্তৰ পূব মৌচুমী বতাহ শীতকালত বয়।

(ঘ) উত্তৰ – পূব ভাৰতত মুঠতে  খন ৰাজ্য আছে।

(ঙ)মিজোৰাম উত্তৰ-পূব ভাৰতৰ একেবাৰে দক্ষিণ ফালে থকা ৰাজ্য।

৪ । উত্তৰ – পূব ভাৰতৰ মানচিত্র এখন আঁকি তলত দিয়াবোৰ যথাস্থানত বহুওৱা 

(ক) উত্তৰ – পূব ভাৰতৰ চাৰিসীমা

(খ) ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী

(গ) অসম , মেঘালয় , মণিপুৰৰ ৰাজধানী

(ঘ) নামৰূপ সাৰ কাৰখানা

(ঙ) পর্যটন ক্ষেত্ৰ টাৱাং

উত্তৰঃ-

Jyotish Kakati (জ্যোতিষ কাকতি)