উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ । অধ্যায় ৭ । Class 8 General Science Lesson 7 Question and Answer Assam | SCERT Class 8 G.Science Chapter 7 Solution | Assamese Medium Class 8 General Science Lesson 7 Answer | অষ্টম মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৭ উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

অধ্যায়ঃ ৭

উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ

অনুশীলনীঃ

1) খালী ঠাই পূৰ কৰা।

ক) প্ৰাণীসমূহক সিহঁতৰ প্ৰাকৃতিক আৱাসস্থলীত সংৰক্ষণ কৰি ৰখা ঠাইতে অভয়াৰণ্য বুলি কোৱা হয়।

খ) এটা নিৰ্দিষ্ট অঞ্চলত পোৱা প্ৰজাতিক থলুৱা প্ৰজাতি  বুলি জনা যায়।

গ) জলবায়ু  ৰ পৰিৱৰ্তনৰ বাবে পৰিভ্ৰমী চৰাইবোৰে বহু দূৰণিৰ ঠাইলৈ উৰি যায়।

2) এটাৰ পৰা আনটোক পৃথক কৰা।

ক) বন্যপ্ৰাণী অভয়াৰণ্য আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চল।

উত্তৰঃ

খ) চিৰিয়াখানা আৰু অভয়াৰণ্য।

উত্তৰঃ

গ) বিপন্ন আৰু বিলুপ্ত প্ৰজাতি।

উত্তৰঃ

ঘ) উদ্ভিদকুল আৰু প্ৰাণীকুল।

উত্তৰঃ

৩) বনাঞ্চল ধ্বংসৰ প্ৰভাৱ তলত দিয়াবোৰত কেনেদৰে পৰে আলোচনা কৰা।

ক) বন্যপ্ৰাণী

উত্তৰঃ

খ) পৰিৱেশ।

উত্তৰঃ 

গ) গাঁও (গ্ৰাম্য অঞ্চল)

উত্তৰঃ 

ঘ) নগৰ (নগৰীয়া অঞ্চল)

উত্তৰঃ

ঙ) পৃথিৱী 

উত্তৰঃ

চ) উত্তৰ প্ৰজন্ম

উত্তৰঃ 

৪) কি হ’ব পাৰে যদি

ক) আমি গছ কাটি গৈ থাকোঁ,

উত্তৰঃ 

খ) প্ৰাণীৰ অৱাসস্থলী বিঘ্নিত হয়,

উত্তৰঃ

গ) মাটিৰ ওপৰৰ স্তৰ মুকলি কৈ থাকে।

উত্তৰঃ

৫) চমুকৈ উত্তৰ দিয়া

(ক) জীৱ বৈচিত্র্যক আমি কিয় সংৰক্ষণ কৰিব লাগে?

উত্তৰঃ জীৱ বৈচিত্ৰ্যমানে এক নিৰ্দিষ্ট অঞ্চলৰ জীৱসমূহৰ ভিন্নতা। জীৱ বৈচিত্ৰ্যত সকলোবোৰ জীৱ এটা আনটোৰ লগত পৰোক্ষ বা প্ৰত্যক্ষভাৱে জড়িত হৈ থাকে। ইয়াৰ যিকোনো এটাৰ ক্ষতি হ’লে খাদ্য-শৃংখলত পৰিব ফলত প্ৰাকৃতিক ভাৰসাম্য নষ্ট হবঁও পাৰে। গতিকে আমি জীৱ বৈচিত্ৰ্যক সংৰক্ষণ কৰিব লাগে। 

(খ) সংৰক্ষিত বনাঞ্চল বন্যপ্রাণীৰ বাবে সম্পূর্ণভাৱে সুৰক্ষিত নহয়, কিয়? 

উত্তৰঃ ইয়াৰ কাৰম হ’ল- বন্যপ্ৰামীবোৰ চোৰাং-চিকাৰীৰ দ্বাৰা নিধন হয়। দ্বিতীয়তে কাষৰীয়া অঞ্চলৰ মানুহবোৰে খৰি কাঠ আদি বনাঞ্চলত বিচাৰি ফুৰোতে বন্যপ্ৰাণীবোৰ মুক্ত বিচৰণত অসুবিধা হয়।

কেতিয়াবা বানপানীৰ সময়ত প্ৰাণীবোৰে ওখঠাই ,বিচাৰি ফুৰোতে মৃত্যু মুখতও পৰে।

(গ) কিছুমান জনজাতি বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল, কেনেকৈ? 

উত্তৰঃ কিছুমান জনজাতি বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল, কাৰণ তেওঁলোকে খাদ্য, আৰু ঔষধি গছ বনাঞ্চলৰ পৰাই আহৰণ কৰে।

তেওঁলোকে ইন্ধন হিচাপে খৰি আৰু ঘৰ সাজিবলৈ কাঠ বনাঞ্চলৰ পৰা আহৰণ কৰে।

(ঘ) বনাঞ্চল ধ্বংসৰ কাৰণ আৰু পৰিণতি কি? 

উত্তৰঃ বনাঞ্চল ধ্বংস প্ৰাকৃতিক আৰু মানৱসৃষ্ট দুয়োটা কাৰণে হয়।

প্ৰাকৃতিক কাৰণঃ  বনজুই আৰু প্ৰচণ্ডখৰাং

মানৱসৃষ্ট কাৰণঃ খেতি কৰিবলৈ মাটি উলিওৱা, ঘৰ আৰু কল-কাৰখান নিৰ্মাণ কৰিবলৈ, ইন্ধনৰ বাবে প্ৰয়োজনীয় খৰিৰ বাবে  ইত্যাদি।

বনাঞ্চল ধ্বংসৰ পৰিণতিঃ বায়ুমণ্ডলত co2 (কাৰ্বন-ডাই-অক্সাইড) ৰ পৰিমাণ বেছি। পৃথিৱীৰ উষ্ণতা বঢ়া। বৰষুণৰ পৰিমাণ কমি যোৱা। মাটিৰ উৰ্বৰতা হ্ৰাস হোৱা ভূমিস্খলন হোৱা আদি।

(ঙ) ৰেড ডেটা বুক কি? 

উত্তৰঃ ৰেড ডেটা বুক হ’ল সকলো বিপন্ন প্ৰায় প্ৰাণী আৰু উদ্ভিদৰ তথ্য থকা এখন সমল পুথি।

(চ) পৰিভ্রমণ বুলিলে কি বুজা ? 

উত্তৰঃ চৰাইবোৰৰ নিজা আৱাসস্থলীৰ জলবায়ুৰ পৰিৱৰ্তনৰ বাবে অনুকুল জলবায়ুৰ অঞ্চললৈ কণী পাৰিবৰ বাবে বহু দূৰণিৰ ঠাইলৈ উৰি যায়। ইয়াকে পৰিভ্ৰমণ বোলে।

(৬) কাৰখানাৰ নিতৌ বর্ধিত চাহিদা পূৰাবলৈ আৰু আৱাসিক অঞ্চল বৃদ্ধিৰ বাবে অবিৰতভাৱে গছ কটা হৈছে। ইয়াৰ বাবে গছ কটাটো উচিতনে ? আলোচনা কৰা আৰু এটি চমুটোকা প্রস্তুত কৰা। 

উত্তৰঃ 

(৭) নিজৰ অঞ্চলৰ সেউজ সম্পদক প্রতিপালন কৰাৰ বাবে তোমালোকে কেনেধৰণৰ বৰঙণি আগবঢ়াবা ? তোমালোকে গ্রহণ কৰা কাৰ্যৰ এখন তালিকা প্রস্তুত কৰা।

উত্তৰঃ 

৮ ) বনাঞ্চল ধ্বংসই কেনেদৰে বৰষুণৰ পৰিমাণ হ্রাস কৰে, বুজাই লিখা।

উত্তৰঃ 

৯ ) তোমাৰ ৰাজ্যত থকা ৰাষ্ট্ৰীয় উদ্যানবোৰ বিচাৰি উলিওৱা। ভাৰতৰ মেপত সেইবোৰ বাছি উলিওৱা আৰু সিহঁতৰ অৱস্থান দেখুওৱা।

উত্তৰঃ

১0) কাগজ কিয় বচাব লাগে? কাগজ বচোৱাৰ বিভিন্ন উপায়ৰ তালিকা এখন প্ৰস্তুত কৰা।

উত্তৰঃ