কয়লা আৰু পেট্ৰ’লিয়াম । অধ্যায় ৫ । Class 8 General Science Lesson 5 Question and Answer Assam | SCERT Class 8 General Science Chspter 5 Solution | Assamese Medium Class viii Science Chapter 5 Answer | অষ্টম মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৫ কয়লা আৰু পেট্ৰ’লিয়াম পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

কয়লা আৰু পেট্ৰ’লিয়াম 

১) চি.এন .জি আৰু এল . পি . জি.ক ইন্ধন হিচাপে ব্য়বহাৰ কৰা সুবিধাসনূহ  কি কি?

উত্তৰ ঃ 

২) ৰাস্তা বনাওতে ওপৰত ব্য়বহাৰ কৰা পেট্ৰ’লজাত সামগ্ৰীটোৰ নাম কি?

উত্তৰ ঃ

৩) মৃত গছ -গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হৈছিল বৰ্ণনা কৰা। এই প্ৰক্ৰিয়াৰটোৰ নাম কি ? 

উত্তৰ ঃ 

৪) খালী ঠাই পূৰ কৰা।

(ক) কয়লা, পেট্ৰ’লিয়াম  আৰু  প্ৰাকৃতিক গেছ  হৈছে জীৱাশ্মইন্ধন।

(খ) পেট্ৰলিয়াম উংপাদন পূথকীৰণ প্ৰক্ৰিয়াটোৰক   শোধন বোলা হয়।

(গ) আটাইতকৈ কম প্ৰদূষিত কৰা যান -বাহন  ইন্ধন হ’ল CNG ( সংকুচিত প্ৰাকৃতিক গেছ )।

৫)তলত দিয়া  উক্তিসমূহৰ শুদ্ধ (শু) অশুদ্ধ (অ) চিহ্নিত কৰা ।

(ক) পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্ৰস্তত কৰিব পাৰি ।    

উত্তৰঃ অশুদ্ধ      

(খ) পেট্ৰলিয়াম  চি . এন .জি. বেছি প্ৰদূষক ইন্ধন । 

উত্তৰঃ অশুদ্ধ।                    

(গ) ক’ক হৈছে কাৰ্বণৰ প্ৰায় বিশুদ্ধ ৰূপ ।     

উত্তৰঃ শুদ্ধ            ‘                            

(ঘ) আলকতৰা হৈছৈ বিভিন্ন উংপাদনৰ  এটা মিশ্ৰণ ।     

উত্তৰঃ শুদ্ধ                        

(ঙ) কেৰাচিন জীৱাশ্ম ইন্ধন নহয় ।    

উত্তৰঃ অশুদ্ধ                                                      

৬) জীৱাশ্ম ইন্ধন কিয় নিঃশেষীয় প্ৰাকৃতিক সম্পদ ব্যাখ্যা কৰা ।

উত্তৰ ঃ

৭) ক’কৰ বৈশিষ্ট্য আৰু ব্যৱহাৰ বৰ্ণনা কৰা ।

উত্তৰ ঃ

৮) কি প্ৰক্ৰিয়াৰ দ্বাৰা পেট্ৰ’লিয়াম সৃষ্টি হৈছিল ব্যাখ্যা কৰা ।  

উত্তৰ ঃ