গণতন্ত্ৰ নাগৰিক আৰু নাগৰিকত্ব । অধ্যায় ২২ । Class 7 Social Science Lesson 22 Question and Answer Assam | Assamese Medium Class 7 S.Science Chapter 22 Solution | সপ্তম মান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ২২ গণতন্ত্ৰ নাগৰিক আৰু নাগৰিকত্ব পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

গণতন্ত্ৰ নাগৰিক আৰু নাগৰিকত্ব

১। চমু উত্তৰ লিখা-

(ক) গণতন্ত্ৰৰ অর্থ কি?

উত্তৰঃ গণতন্ত্ৰ এনে এক ব্যৱস্থা য’ত সমাজত বাস কৰা প্ৰতিজন লোকৰে অংশ গ্ৰহণৰ সুবিধা আছে। এই ব্যৱস্থাই মূলতঃ ৰাষ্ট্ৰৰ জনসাধাৰণৰ কল্যাণৰ পোষকতা কৰে।

(খ) গণতন্ত্ৰৰ কেই প্ৰকাৰৰ?

উত্তৰঃ গণতন্ত্ৰ দুই প্ৰকাৰৰ-    ১) প্ৰত্যক্ষ গণতন্ত্ৰ আৰু    ২)পৰোক্ষ গণতন্ত্ৰ।

(গ) নাগৰিক শব্দৰ অর্থ কি?

উত্তৰঃ বৰ্তমান সময়ত এখন ৰাষ্ট্ৰৰ ভূ-খণ্ডত স্থায়ীভাৱে বাস কৰা সকলো লোককে সেই দেশৰ নাগৰিক হিচাপে গণ্য কৰা হয়। নাগৰিকে ৰাষ্ট্ৰই প্ৰদান কৰা  অধিকাৰ ভোগ কৰিব পাৰে।

(ঘ) বিদেশী মানে কি?

উত্তৰঃ যেতিয়া কোনো এখন দেশৰ নাগৰিকে অন্য এখন দেশলৈ গৈ দীৰ্ঘদিন ধৰি তাত থাকে তেতিয়া তেনে লোকক বিদেশী বোলা হয়।

২। উত্তৰ লিখা—

(ক) গণতন্ত্রৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃ 

(খ) প্রত্যেক্ষ গণতন্ত্র আৰু পৰোক্ষ গণতন্ত্র কাক বোলে?

উত্তৰঃ 

(গ) এজন বিদেশীয়ে ভাৰতবৰ্ষৰ নাগৰিকত্ব কেনেদৰে লাভ কৰিব পাৰে?

উত্তৰঃ 

(ঘ) পৌৰ অধিকাৰসমূহ কি কি?

উত্তৰঃ 

(ঙ) এজন নাগৰিক কেনেকৈ নাগৰিকত্বৰ পৰা বঞ্চিত হ’ব পাৰে।

উত্তৰঃ 

৩। খালী ঠাই পূৰ কৰা

(ক) ভাৰতীয় গণতন্ত্রত প্রত্যেক নাগৰিকৰ একোটাকৈ ভোট দিয়াৰ আছে।

(খ) জনসাধাৰণৰ মতৰ ওপৰত গণতান্ত্রিক চৰকাৰ প্রতিষ্ঠিত।

(গ) বিদেশীসকলে ৰাজনৈতিক অধিকাৰ ভোগ কৰিব নোৱাৰে।

(ঘ) এজন ব্যক্তিয়ে ১৮ বছৰ বয়সত ভোটাধিকাৰ লাভ কৰে।

(ঙ) চিকিমৰ জনসাধাৰণে ৰাজ্যক্ষেত্ৰ চামিলকৰণ ৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে।

৪। শুদ্ধ উত্তৰটো বছি উলিওৱা-

(ক) এজন বিদেশীয়ে পৌৰ অধিকাৰ / ৰাজনৈতিক অধিকাৰ লাভ কৰে।

উত্তৰঃ পৌৰ অধিকাৰ।

(খ) এজন নাগৰিকে দেশৰ হকে কাম কৰিলে / ৰাষ্ট্ৰ বিৰোধী কাম কৰিলে নাগৰিকত্ব বিলোপ হ’ব পাৰে।

উত্তৰঃ ৰাষ্ট্ৰ বিৰোধী কাম কৰিলে।

(গ) গণতান্ত্রিক চকাৰ হ’ল প্রতিনিধি মূলক চৰকাৰ / স্বেচ্ছাচাৰী চৰকাৰ।

উত্তৰ-প্রতিনিধি মূলক চৰকাৰ।

(ঘ) দেশৰ নাগৰিকে নিজৰ দেশৰ প্রতি আনুগত্য প্রকাশ নকৰে / আনুগত্য প্রকাশ কৰে।উত্তৰঃ আনুগত্য প্রকাশ কৰে।

জ্যোতিষ কাকতি