গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ । Class 7 Social Science History Lesson 12 Question and Answer Assam | SCERT Class 7 S.Science Chapter 12 Solution | Assamese Medium Class 7 Social Science Lesson 12 Answer | সপ্তম মান শ্ৰেণীৰ সমাজ বিজ্ঞান ইতিহাস অধ্যায় ১২ গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ   পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ  

১। উত্তৰ দিয়াঃ

(ক) থানেশ্বৰ ৰাজ্যখন বৰ্তমান কোন প্ৰদেশৰ অন্তৰ্গত?

উত্তৰঃ থানেশ্বৰ ৰাজ্যখন বৰ্তমান হাৰিয়ানা প্ৰদেশৰ অন্তৰ্গত।

(খ) হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবি গৰাকীৰ নাম কি?

উত্তৰঃ হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবি গৰাকীৰ নাম হল বাণভট্ট।

(গ) ইলোৰাৰ কৈলাশনাথ মন্দিৰ কোনে সজাইছিল?

উত্তৰঃ ইলোৰাৰ কৈলাশনাথ মন্দিৰ ৰাষ্ট্ৰকূট ৰজা প্ৰথম কৃষ্ণই সজাইছিল।

(ঘ) চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি?উত্তৰঃ চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম হ’ল ৰাজাৰাজ।

(ঙ) গংগাইকুণ্ডচোলপুৰম নগৰ কোনজন চোল ৰজাই নিৰ্মান কৰাইছিল?

উত্তৰঃ ৰাজাৰাজৰ পুত্ৰ ৰাজেন্দ্ৰই গংগাইকুণ্ডচোলপুৰম নগৰ নিৰ্মাণ কৰাছিল। 

২।খালী ঠাই পূৰোৱা–

(ক) বমৰ্ণ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ভাস্কৰবৰ্মণ

(খ)হৰ্ষবৰ্ধন ৰ আন এটি নাম আছিল শিলাদিত্য।

(গ) পল্লৱসকলে দ্ৰাবিড় শিল্প নামৰ এটি নতুন শিল্পকলাৰ সৃষ্টি কৰে। 

(ঘ) এলিফেন্টা আৰু মালখেদৰ মন্দিৰসমূহত ৰাষ্ট্ৰকূট শিল্পৰ নিদৰ্শন পোৱা  যায়।

(ঙ) চোল ৰজাসকলে ব্ৰাহ্মণসকলক দান দিয়া মাটিক ব্ৰহ্মদেয় বোলা হৈছিল।

৩। শুদ্ধ উত্তৰ বাছি উলিওৱা–

(ক) গুপ্ত সাম্ৰাজ্যৰ পতন হৈছিল গ্ৰীকসকলৰ / হুণসকলৰ / তুৰ্কী-আফগানসকলৰ আক্ৰমণৰ ফলত।

উত্তৰঃ হুণসকলৰ।

(খ) হৰ্ষবৰ্ধনৰ খেতিৰ পৰা উৎপাদিত শস্যৰ ১/৬ / ১/৫ / ১/৪ অংশ কৰ হিচাপে আদায় কৰিছিল 

উত্তৰঃ ১/৬।

(গ) হৰ্ষবৰ্ধনৰ ৰাজ্যৰ ৰাজধানী আছিল তাঞ্জোৰ/তক্ষশীলা /কনৌজ।

উত্তৰঃ কনৌজ।

(ঘ) কাঞ্চী/কাঞ্চীপুৰম/ মহাৱলীপুৰম পল্লৱ ৰাজ্যৰ ৰাজধানী আছিল।

উত্তৰঃ কাঞ্চীপুৰম।

(ঙ) ৰাজাৰাজ /প্ৰথমকৃষ্ণ/দান্তিদূৰ্গ/ ৰাষ্ট্ৰকূট ৰাজ্যৰ প্ৰতিষ্ঠাপক।

উত্তৰঃ দান্তিদূৰ্গ।

৪। চমু উত্তৰ লিখা-

(ক) গুপ্ত স্ৰাম্ৰাজ্য়ৰ পতনৰ মূল কাৰণ কি?

উত্তৰঃ মধ্য এছিয়াৰপৰা অহা হুণসকলৰ  আক্ৰমণৰ ফলত এই সাম্ৰাজ্যৰ পতন হোৱা বুলি কোৱা হয়।
(খ) থানেশ্বৰ ৰাজ্য়ৰ লগত একত্ৰিত হোৱাৰাজ্য়খনৰ নাম কি?

উত্তৰঃ থানেশ্বৰ ৰাজ্য়ৰ লগত একত্ৰিত হোৱাৰাজ্য়খনৰ নাম হ’ল- কনৌজ।

(গ) পল্লৱ শাসক সকলৰ দিনত প্ৰধান দুটা অৱদান দুটা কি কি?

উত্তৰঃপল্লৱ শাসক সকলৰ দিনত প্ৰধান দুটা অৱদান দুটা হ’ল- সাহিত্য় চৰ্চাত সংস্কৃত ভাষাৰ বিকাশ আৰু শৈৱ সাহিত্যৰ বিকাশ। 

(ঘ) ৰাষ্ট্ৰকূট সকলৰ শাসন কালত কি কি ভাষাৰ বিকাশ হৈছিল?

উত্তৰঃ ৰাষ্ট্ৰকূট সকলৰ শাসন কালত সংস্কৃত আৰু প্ৰাকৃত ভাষাৰ বিকাশ হৈছিল।

(ঙ)কোন ৰজাৰ শাসন কালত পঞ্চায়তীৰাজ ব্য়ৱস্থাৰ পথ মুকলি হৈছিল।

উত্তৰঃ প্ৰথম পৰান্তক ৰজাৰ দিনত পঞ্চায়তীৰাজ ব্য়ৱস্থাৰ পথ মুকলি হৈছিল।

৫। ৫০টা মান শব্দৰ ভিতৰত লিখা।

(ক) হৰ্ষবৰ্ধনৰ শাসন পদ্ধতি।

উত্তৰঃ

(গ) মহাৱলীপুৰম মন্দিৰৰ শীল্পৰীতি

উত্তৰঃ 

(ঘ) ৰাষ্ট্ৰকূট ৰাজ্য়ৰ অৱস্থিতি

উত্তৰঃ 

(ঙ) চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰৰ বৈশিষ্ট্য়

উত্তৰঃ 

৬। তলত উল্লেখ কৰা ৰাজ্য়সমূহ উত্তৰ ভাৰতৰ নে দক্ষিণ ভাৰতৰ অন্তৰ্গত বাছি উলিয়াই তালিকা প্ৰস্তুত কৰা।গৌড়, চোল, ৰাজপুতনা, থানেশ্বৰ, গুৰ্জৰ প্ৰতিহাৰ, পাণ্ড্য়, কনৌজ, কেৰল, মালৱ, ৰাষ্ট্ৰকূট, কলিঙ্গ, চালুক্য়, চাণ্ডেল্য়।

উত্তৰঃ

উত্তৰ ভাৰতদক্ষিণ ভাৰত
থানেশ্বৰমালৱকনৌজৰাজপুতনা চোলপাণ্ড্যৰাষ্ট্ৰকূটগৌড়কলিঙ্গচালুক্য়কেৰল

Type Jyotish kakati (জ্যোতিষ কাকতি)