ঘৰ্ষণ । অধ্যায় ১২ । Class 8 General Science Lesson 12 Question and Answer Assam | SCERT Class 8 G.Science Chapter 12 Solution | Assamese Medium Class 8 G.Science Chapter 12 Answer | অষ্টম মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১২ ঘৰ্ষণ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

ঘৰ্ষণ

১। খালী ঠাই পূৰ কৰাঃ-

ক) পৰস্পৰ সংস্পৰ্শত থকা দুখন পৃষ্ঠৰ আপেক্ষিক গতিত ঘৰ্ষণে বাধা দিয়ে।

খ) পৃষ্ঠৰ প্ৰকৃতিৰ ওপৰত ঘৰ্ষণ নিৰ্ভৰশীল।

গ) ঘৰ্ষণে  তাপ উৎপন্ন কৰে।

ঘ) কেৰম ব’ৰ্ডৰ ওপৰত পাউডাৰ ছটিয়ালে ঘৰ্ষণ কমে

ঙ) স্থিতি ঘৰ্ষণতকৈ পিছল ঘৰ্ষণৰ মান কম

2) চাৰিজন ছাত্ৰক ঘূৰ্ণি, স্থিতি আৰু পিছল ঘৰ্ষণ বলৰ মান অধঃক্ৰমত সজাবলৈ কোৱা হ’ল। তলত উত্তৰ কেইটা উপস্থাপন কৰা হ’ল। কোনটো শুদ্ধ নিৰ্ণয় কৰা।

উত্তৰঃ- গ) স্থিতি, পিছল, ঘূৰ্ণি

৩। ৰাবিয়াই তাইৰ পুতলা গাড়ীখন মাৰ্বলৰ শুকান মজিয়া, মাৰ্বলৰ তিতা মজিয়া, মজিয়াত পাৰি থোৱা বাতৰি কাকত আৰু টাৱেলৰ ওপৰেৰে চলাইছে। বিভিন্ন পৃষ্ঠত গাড়ীখনৰ ওপৰত ক্ৰিয়া কৰা ঘৰ্ষণ বলৰ মান উৰ্দ্ধক্ৰমত লিখিলে শুদ্ধ উত্তৰ হ’ব—

উত্তৰঃ- ক) মাৰ্বলৰ তিতা মজিয়া, মাৰ্বলৰ শুকান মজিয়া, বাতৰি কাকত আৰু টাৱেল।

৪। ধৰা হ’ল, তোমাৰ লিখা ডেস্কখন কিছু পৰিমানে হেলনীয়া। ইয়াৰ ওপৰত ৰখা কিতাপ এখন পিছলৈ আৰম্ভ কৰিছে। কিতাপখনৰ ওপৰত প্ৰয়োগ হোৱা ঘৰ্ষণ বলৰ দিশ দেখুওৱা।

উত্তৰঃ- হেলনীয়া ডেস্কখনৰ ওপৰত যেতিয়া কিতাপখনে পিছলিবলৈ আৰম্ভ কৰে, তেতিয়া কিতাপখনৰ ওপৰত প্ৰয়োগ হোৱা ঘৰ্ষণ বলে কিতাপৰ গতিৰ বিপৰীত দিশত ক্ৰিয়া কৰে। 

৫) দুৰ্ঘটনাবশত ঃ মাৰ্বলৰ মজিয়াত তুমি এবাল্টি চাবোন পানী পেলালা । ইয়াৰ বাবে মজিয়াখনত খোজ কাঢ়িবলৈ সহজ হ’বনে টান হ’ব কাৰণ দৰ্শোৱা ।

উত্তৰঃ

৬) খেলুৱৈসকলে গজাল থকা জোতা কিয় ব্যৱহাৰ কৰে বাখ্যা কৰা ।

 উত্তৰঃ

৭) ইকবালে পাতল বাকচ এটা আৰু সীমাই একেধৰণৰ কিন্তু গধুৰ বাকচ এটা একেখন মজিয়াত ঠেলিব লগা হৈছে । কোনে বেছি বল প্ৰয়োগ কৰিব লগা হ’ব আৰু কিয় ?

উত্তৰঃ

৮) স্থিতি ঘৰ্ষণতকৈ পিছল ঘৰ্ষণ কিয় কম হয় বাখ্যা কৰা ।

উত্তৰঃ

৯) উদাহৰণৰ সৈতে দেখুওৱা যে ঘৰ্ষণ শত্ৰু আৰু মিত্ৰ দুয়োটাই ।

উত্তৰঃ

১০) তৰলত গতি কৰা বস্তু সমূহৰ কিয় বিশেষ আকৃতি থাকে বাখ্যা কৰা ।

উত্তৰঃ