দহন আৰু শিখা । অধ্যায় ৬ । Class 8 General Science Lesson 6 Question and Answer Assam | Assamese Medium Class 8 G.Science Chapter 6 Solution | অষ্টম মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৬ দহন আৰু শিখা পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

দহন আৰু শিখা

১) দহন  সংঘটিত হ’বৰ বাবে  আৱশ্য়কীয়  চৰ্তবোৰৰ তালিকা প্ৰস্তুত কৰা ।

উত্তৰঃ দহন সংঘটিত হ’বৰ বাবে প্ৰয়োজনীয় চৰ্তবোৰ হ’ল –    

(i) ইন্ধন , 

(ii) বায়ু আৰু 

(iii) তাপ । 

২)খালী ঠাই পূৰ কৰা –

ক) কাঠ আৰু কয়লাৰ  দহনে বায়ুৰ প্ৰদূষন ঘটায় । 

খ) ঘৰত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন হ’ল তৰলীকৃত পেট্ৰ’লিয়াম গেছ (LPG) । 

গ) দহন  আৰম্ভ হোৱাৰ আগতে ইন্ধনক তাৰ  প্ৰজ্বলন উষ্ণতা  লৈ নিশ্চয়কৈ তপতাব লাগে ।

ঘ) তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক পানী  ৰ দ্বাৰা নিয়ন্ত্ৰন  কৰিব নোৱাৰি ।

৩) যান-বাহনত চি. এন. জি. ৰ ব্য়ৱহাৰে আমাৰ নগৰ বোৰত কিদৰে প্ৰদূষন কমাইছে ব্য়াখ্য়া কৰা ।

উত্তৰ ঃ 

৪) ইন্ধন হিচাপে এল. পি. জি. আৰু কাঠ তুলনা কৰা ।

উত্তৰঃ

৫) কাৰণ দৰ্শোৱা –
ক) বৈদ্যুতিক আহিলা জড়ত জইক নিয়ন্ত্ৰন কৰিবলৈ পানী ব্য়ৱহাৰ কৰা নহয় ।

উত্তৰ ঃ 

খ) ঘৰুৱা ব্য়ৱহাৰৰ  বাবে কাঠতকৈ L.P.G অধিক ভাল ।

উত্তৰ ঃ 

গ) কাগজ এখনত সহজে জুই লাগে, আনহাতে এলুমিনিয়াম পাইপত মেৰিওৱা কাগজত সহজে নালাগে।

উত্তৰঃ 

৬। মমবাতি শিখা এটাৰ চিত্ৰ আঁকি চিহ্নত কৰা।

উত্তৰঃ 

৭। ইন্ধনৰ কেল’ৰিমান প্ৰকাশ কৰা এককটোৰ নাম লিখা।

উত্তৰঃ 

৮। কাৰ্বণ ডাই অস্কাইডে কেনেকৈ জুই নিয়ন্ত্ৰণ কৰিব পাৰে লিখা।

উত্তৰঃ 

৯। কেঁচা পাতৰ দ’ম এটা পুৰিবলৈ টান কিন্তু শুকান পাতত সহজে জুই লাগে। বাখ্যা কৰা।

উত্তৰঃ

১০। সোণ আৰু ৰূপ গলাবলৈ সোণাৰী এজনে শিখাৰ কোনটো মণ্ডল ব্যৱহাৰ কৰে? বাখ্যা কৰা ।

উত্তৰঃ 

১১। কোনো এটা পৰীক্ষাত ইন্ধন এটাৰ ৪.৫ কেজি পৰিমাণক সম্পৰ্ণভাৱে পোৱা হ’ল । উপন্ন হোৱা তাপৰ পৰিমাণ ১৮০,০০০ KJ পোৱা গ’ল। ইন্ধনটোৰ কেল’ৰিমান গণনা কৰা।

উত্তৰঃ 

১২। মামৰ ধৰা প্ৰক্ৰিয়াটোক দহন বুলি ক’ব পাৰি নে? আলোচনা কৰা।

উত্তৰঃ 

১৩। আবিদা আৰু ৰমেশে এটা পৰীক্ষা কৰি আছে য’ত বিকাৰত পানী তপতাব লাগে। আবিদাই মমবাতি শিখাৰ হালধীয়া অংশৰ ওচৰত বিকাৰটো ৰাখিলে। ৰমেশে শিখাটোৰ বহিৰতম অংশত বিকাৰটো ৰাখিলে। কাৰ পানীখিনি সোনকালে তপত হ’ব?

উত্তৰঃ