দিল্লীৰ চুলতানসকল । অধ্যায় ১৫ । Class 7 Social Science History Lesson 15 Question and Answer Assam | SCERT Class 7 Social Science History Chapter 15 Solution | সপ্তম মান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ১৫ দিল্লীৰ চুলতানসকল পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

দিল্লীৰ চুলতানসকল

১। উত্তৰ লিখা-

(ক) চুলতানী ৰাজত্ব কালৰ প্ৰথম ৰাজবংশটোৰ নাম কি? 

উত্তৰঃ চুলতানী ৰাজত্ব কালৰ প্ৰথম ৰাজবংশটোৰ নাম হৈছে – দাস বংশ।

(খ) দিল্লীৰ সিংহাসনত বহা মহিলাগৰাকীৰ নাম কি?

উত্তৰঃ দিল্লীৰ সিংহাসনত বহা মহিলাগৰাকী নাম হৈছে- ৰেজীয়া চুলতানা।

(গ) খিলিজি বংশৰ শ্ৰেষ্ঠ চুলতানজনৰ নাম কি?

উত্তৰঃ খিলিজি বংশৰ শ্ৰেষ্ঠ চুলতানজনৰ নাম হৈছে- আলাউদ্দিন খিলিজি।

(ঘ) ইবনবটুতা কোন আছিল?

উত্তৰঃ ইবনবটুতা আছিল মহস্মদ মৰক্বোৰ পৰ্যটক।

(ঙ) চুলতানী আমােলত ৰাষ্ট্ৰৰ প্ৰধান মন্ত্রীজনক কি বুলি কোৱা হৈছিল? 

উত্তৰঃ চুলতানী আমোলত ৰাষ্ট্ৰৰ প্ৰধান মন্ত্ৰীজনক ‘উজীৰ’ বুলি কোৱা হৈছিল।

২। শুদ্ধ উত্তৰ বাছি উলিওৱা—

(ক) কুতুবুদ্দিনে / আলাউদ্দিন খিলিজিয়ে দ্বিতীয় আলেকজেণ্ডাৰ হােৱাৰ সপােন দেখিছিল।

উত্তৰঃ আলাউদ্দিন খিলিজিয়ে।

(খ) মহম্মদ বিন টোগলকে / চুলতানা ৰেজিয়াই ব্রোঞ্জৰ মুদ্রা প্রচলন কৰাইছিল।

উত্তৰঃ মহস্মদ বিন টোগলক।

(গ) গিয়াছুদিন বলবনে / আলাউদ্দিন খিলিজিয়ে বজাৰ নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল।

উত্তৰঃ আলাউদ্দিন খিলিজিয়ে।

(ঘ) চুলতানী আমােলৰ উচ্চপদস্থ বিষয়াসকল ক্ষমতাশালী আছিল / নাছিল।

উত্তৰঃ ক্ষমতাশালী আছিল।

(ঙ) চুলতানসকলৰ কৰ ব্যৱস্থাত উৎপন্ন শস্যৰ এক – দ্বিতীয়াংশ / এক – চতুর্থাংশ কৰ হিচাপে দিব লাগিছিল

উত্তৰঃ একদ্ব-দ্বিতীয়াংশ।

৩। খালী ঠাই পূৰণ কৰা—

(ক) দাসবংশৰ প্রতিষ্ঠাতা আছিল কুতুবুদ্দিন আইবাক

(খ) দক্ষিণাত্য জয় কৰা আলাউদ্দিন খিলিজিয়েই প্রথম চুলতান।

(গ) মহম্মদ বিন টোগলকে ৰাজ্যৰ ৰাজধানী দিল্লীৰ পৰা তুলি নি দৈলতাবাদত ত স্থাপন কৰিছিল।

(ঘ) পর্যটক ইবনবটুতা মৰক্কো পৰা ভাৰতলৈ আহিছিল।

(ঙ) দিল্লীৰ চুলতানসকলে পাৰস্য দেশৰ ৰাজসভাৰ আদব – কায়দা ভাৰতলৈ আমদানি কৰি আনিছিল।

৪। চুলতানী শাসনকালৰ ৰাজ বংশকেইটাৰ নাম ক্রমানুসাৰে লিখা— 
ছৈয়দ বংশ ,  খিলিজি বংশ , লােডী বংশ , দাস বংশ , টোগলক বংশ ।

উত্তৰ ঃ 

৫। পৃথু আৰু বংগৰ শাসনকর্তা বখতিয়াৰ খিলিজিৰ মাজত হোৱা যুদ্ধৰ কাৰণ কি আছিল?

উত্তৰঃ 

৬। ৫০ টা মান শব্দৰ ভিতৰত তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখা—

(ক) চুলতানী আমোলৰ  প্রশাসনিক ব্যৱস্থাৰ উল্লেখযোগ্য দিশসমূহ।

উত্তৰঃ

(খ) চুলতানী আমোলৰ ভূমি ব্যৱস্থা

উত্তৰঃ 

(গ) আলাউদ্দিন খিলিজিয়ে কিয় কোনো ব্যক্তিকে নিজাববীয়াকৈ খাদ্য সামগ্রী মজুত ৰাখিব নিদিছিল

উত্তৰঃ 

(ঘ) আলাউদ্দিন খিলিজিৰ ৰাজত্ব কালত নতুনকৈ ব্যৱসায় কৰিবলৈ লোৱা ব্যক্তিয়ে নাম পঞ্জীভূক্ত কৰিহে ব্যৱসায় কৰিব পাৰিছিল— মতামত আগবঢ়োৱা।

উত্তৰঃ