নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া । অধ্যায় ২৩ । Class 7 Social Science Lesson 23 Question and Answer Assam | SCERT Class 7 S.Science Chapter 23 Solution | Assamese Medium Class 7 Social Science Chapter 23 Answer | সপ্তম মান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ২৩ নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া

১। চমু উত্তৰ লিখা—

(ক) বিধানসভাৰ সদস্যসকলক কোনে নির্বাচিত কৰে?

উত্তৰঃ বিধানসভাৰ সদস্য়সকলকএকোটা বিধানসভা সমষ্টিৰ ভোটাৰসকলে নিৰ্বাচন কৰে।

(খ) শাসক দল মানে কি?

উত্তৰঃ নিৰ্বাচনত যিটো দলে সংখ্যাগৰিষ্টতা লাভ কৰে সেই দলে চৰকাৰ গঠন কৰে। এনে দলকে শাসক দল বোলা হয়।

(গ) দেশত মধ্যকালীন নির্বাচন কেতিয়া হয়?

উত্তৰঃ চৰকাৰৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ আগতে বিশেষ কাৰণত চৰকাৰ ভংগ হ’লে দেশত মধ্যকালীন নিৰ্বাচন অনুষ্ঠিত হয়।

(ঘ) ৰাজ্যৰ বিধানসভাৰ কার্যকাল কিমান বছৰ?

উত্তৰঃ ৰাজ্য়ৰ বিধানসভাৰ কাৰ্যকাল পাঁচ বছৰ। 

(ঙ) দুটা ৰাষ্ট্ৰীয় দলৰ নাম উল্লেখ কৰা?

উত্তৰঃ দুটা ৰাষ্ট্ৰীয় দলৰ নাম হ’ল-১) ভাৰতীয় জনতা পাৰ্টী (বি জে পি ) আৰু২) ভাৰতীয় জাতীয় কংগ্ৰেছ (কংগ্ৰেছ)।

(চ) অসমৰ উল্লেখযোগ্য আঞ্চলিক দল এটাৰ নাম লিখা।

উত্তৰঃ অসম গণ পৰিষদ (অ গ প)। 

২। উত্তৰ লিখা—

(ক) নির্বাচনী প্রক্রিয়াটো কেনেধৰণৰ? বর্ণনা কৰা।

উত্তৰঃ

(খ) গণতন্ত্ৰত ৰাজনৈতিক দলৰ কার্যাবলীসমূহ কি কি ?

উত্তৰঃ

(গ) গণতন্ত্রত বিৰোধী দলে কেনেকৈ চৰকাৰক নিয়ন্ত্রণ কৰে?

উত্তৰঃ 

(ঘ) গণতন্ত্ৰত নিৰ্বাচনৰ প্ৰয়োজনীয়তা আছে নে? যুক্তি দর্শোৱা।

উত্তৰঃ 

৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা-

(ক) ভাৰতৰ উপ-ৰাষ্ট্রপতি প্রত্যক্ষ / পৰোক্ষভাৱে নির্বাচিত হয়।

উত্তৰঃ পৰোক্ষভাৱে।

(খ) লোকসভাৰ সদস্যৰ সংখ্যা ৫৪৫ / ১২৬ জন।

উত্তৰঃ ৫৪৫জন।

(গ) তেলেগু দেশম পার্টী এটা আঞ্চলিক / ৰাষ্ট্ৰীয় দল।

উত্তৰঃ আঞ্চলিক দল।

(ঘ) মুখ্যমন্ত্ৰীক ৰাজ্যপাল / ৰাষ্ট্রপতিয়ে নিযুক্তি দিয়ে।

উত্তৰঃ ৰাজ্যপাল।

(ঙ) বিধানসভাৰ কার্যকাল ৭ / ৫ বছৰ।

উত্তৰঃ ৫ বছৰ

৪। চমুটোকা লিখা

(ক) সার্বজনীন প্রাপ্ত বয়স্ক ভোটাধিকাৰ

উত্তৰঃ 

(খ) নির্বাচনী আয়োগ

উত্তৰঃ 

(গ)ৰাজনৈতিক দল।

উত্তৰঃ