পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন । অধ্যায় ৩ । Class 7 Social Science Geography Lesson 3 Question and Answer Assam | SCERT Class 7 S.Science Chapter 3 Solution | সপ্তম মান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ৩ পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন

১। তলত দিয়াবোৰৰ উত্তৰ লিখা— (৩০টা মান শব্দৰ ভিতৰত)

(ক) বায়ুমণ্ডল বুলিলে কি বুজা?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগক বায়ুৰ যি আৱৰণে আৱৰি আছে, তাকে বায়ুমণ্ডল বুলি কোৱা হয়।

(খ) ফলকবোৰ এক বছৰত কিমান লৰচৰ কৰে?

উত্তৰঃ ফলকবোৰ এক বছৰত ১ৰ পৰা ১.৫ ছে মি পৰ্যন্ত গতি কৰে।

(গ) সাময়িক বতাহৰ বিষয়ে লিখা।

উত্তৰঃ

(ঘ) বালিস্তূপ কি?

উত্তৰঃ

(ঙ) অশ্বখুৰাকৃতিৰ হ্রদ কি?

উত্তৰঃ 

২। শুদ্ধ উত্তৰটোত চিন দিয়া

(i) তলৰ কোনবিধ গেছে আমাক সূৰ্যৰ অনিষ্টকাৰী ৰশ্মিৰ পৰা ৰক্ষা কৰে?

(ক) কার্বন-ডাই-অক্সাইড (খ) নাইট্র’জেন  (গ) অ’জন

উত্তৰঃ (গ) অ’জন

(ii) হিমবাহৰ অৱক্ষেপ বোৰৰ নাম হ’ল

(ক) প্লাৱনভুমি (খ) কাঠফুলা (গ) গ্রাৱ

উত্তৰঃ (গ) গ্রাৱ

(iii) পানীৰ ৰূপত পৃথিৱীত পৰা অর্ধক্ষেপণৰ নাম—

(ক) বৰষুণ (খ) মেঘ (গ) বৰফ

উত্তৰঃ (ক) বৰষুণ।

(iv) কাঠফুলা আকৃতিৰ শিলা পোৱা ঠাই –

(ক) মৰুভূমি (খ) নদী উপত্যকা (গ) প্লাবন ভূমি

উত্তৰঃ (ক) মৰুভূমি।

(v) মানুহৰ বাবে বায়ুমণ্ডলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰটো হল-

(ক) মেছ’স্ফিয়েৰ (খ) ষ্ট্ৰেট’স্ফিয়েৰ  (গ) ট্ৰপস্ফিয়েৰ

উত্তৰঃ (গ) ট্ৰপস্ফিয়েৰ

(vi) অশ্বখুৰাকৃতিৰ হ্রদ সৃষ্টি হোৱা ঠাই –

(ক) হিমবাহ অঞ্চল (খ) নদী উপত্যকা (গ) মৰুভূমি

উত্তৰঃ (খ) নদী উপত্যকা।

৩। বাওঁফালৰ কথাখিনিৰ লগত সোঁফালৰ কথাখিনি মিলোৱা-

বাওঁফাল    –    সোঁফাল

(ক) বাণিজ্য বতাহ – নদীৰ মধ্য অংশ

(খ) হিমবাহ – স্থানীয় বতাহ

(গ) লু – অ’জন স্তৰ

(ঘ) সর্পিল গতি – বৰফৰ নদী

(ঙ) ষ্ট্ৰেট’স্ফিয়েৰ – নিয়ত বতাহ   

                 ভূমিকম্প
উত্তৰঃ

(ক) বাণিজ্য বতাহ(ঙ) নিয়ত বতাহ
(খ) হিমবাহ(ঘ) বৰফৰ নদী
(গ) লু() স্থানীয় বতাহ
() সৰ্পিল গতি(ক) নদীৰ মধ্য অংশ
(ঙ) ষ্ট্ৰেট’স্ফিয়েৰ(গ) অ’জন স্তৰ

৪। কাৰণ দৰ্শোৱা (৫০টা মান শব্দৰ ভিতৰত)

(ক) সেমেকা বতৰত তিতা কাপোৰ সোনকালে নুশুকায়।

উত্তৰঃ 

(খ) প্লাৱনভূমি বোৰ বৰ সাৰুৱা।

উত্তৰঃ

(গ) মৰুভূমিত থকা কিছুমান শিলা কাঠফুলা আকৃতিৰ।

উত্তৰঃ 

(ঘ) বিষুবীয় অঞ্চলতকৈ দুই মেৰু অঞ্চল শীতল।

উত্তৰঃ

Jyotish Kakati