পোহৰ । অধ্যায় ১৬ । Class 8 General Science Chapter 16 Question and Answer Assam | SCERT Class 8 Science Chapter 16 Solution | Assam Class 8 General Science Chapter 16 Answer | অষ্টম মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৬ পোহৰ পাটটোৰ প্ৰশ্ন আৰু উত্তৰ ।

পোহৰ

১। ধৰা হওঁক তুমি এটা অন্ধকাৰ  কোঠালিত আছা। কোঠালিৰ ভিতৰৰ বস্তুবোৰ তুমি দেখিবানে? কোঠালিৰ বাহিৰৰ বস্তুবোৰ  দেখিবানে? ব্যাখ্যা কৰা।

উত্তৰঃ 

২। নিয়মিত আৰু বিক্ষিপ্ত প্ৰতিফলন পাৰ্থক্যবোৰ লিখা। বিক্ষিপ্ত প্ৰতিফলনে প্ৰতিফলনৰ সূত্ৰসমূহ বিফল হোৱা বুজাই নেকি?

উত্তৰঃ

৩। তলত উল্লেখ কৰা পৃষ্ঠ সমূহত পোহৰৰ ৰশ্মিগুচ্ছ আপতিত হ’লে নিয়মিত নে বিক্ষিপ্ত প্ৰতিফলন ঘটিব উল্লেখ কৰা। তোমাৰ উত্তৰৰ যথাৰ্থত প্ৰতিষ্ঠা কৰা।

(ক) চিক্চিকিয়া কাঠৰ টেবুল।

(খ) চক্ পাউদাৰ

 (গ) ডাঠ কাগজৰ পৃষ্ঠ।

(ঘ) তিতি থিকা মাৰ্বলৰ মজিয়া।

(ঙ) দাপোন।

(চ) কাগজৰ টুকুৰা।

উত্তৰঃ

৪। প্ৰতিফলনৰ সূত্ৰ সমূহ লিখা।

উত্তৰঃ 

৫। আপতিত ৰশ্মি , প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব একেখন সমতলত থাকে বুলি দেখুৱাবলৈ এটা ক্ৰিয়া কলাপ বৰ্ণনা কৰা।

উত্তৰঃ 

৬। খালী ঠাই পূৰ কৰা।

ক) এখন সমতল দাপোনৰ ১ মিটাৰ সমুখত থকা এজন মানুহ তেওঁৰ প্ৰতিবিম্ব পৰা  ____মিটাৰ আঁতৰত থকা যেন লাগে।

খ)✅ সমতল দাপোনৰ সমুখত যদি তোমাৰ ___ কাণখন সোঁহাতেৰে স্পৰ্শ কৰা যেন লাগিব।

গ) ম্নান পোহৰত চালে চকুৰ মণিৰ আকাৰ ___ হ’ব।

ঘ) নিশাচৰ চৰাইৰ চকুত দণ্ডতকৈ শংকু আকৃতিৰ কোষ___থাকে।

উত্তৰঃ 

ক) ২।

খ) বাওঁ।

গ) ডাঙৰ।

ঘ) কম।

৭-৮ প্ৰশ্নত শুদ্ধ উত্তৰটো বাছি  উলিওৱা।

৭। আপতন কোণ প্ৰতিফলন কোণৰ সমান।

ক) সদায়                   খ) কেতিয়াবা

গ) বিশেষ অৱস্থাত   ঘ) কেতিয়াও নহয়

উত্তৰঃ ক) সদায়

৮। সমতল দাপোনত গঠন হোৱা প্ৰতিবিম্ব,

ক) অসৎ, দাপোনৰ পিছফালে আৰু বিবৰ্ধিত।

খ) অসৎ, দাপোনৰ পিছফালে আৰু  লক্ষ্য বস্তুৰ সমান আকাৰ।

গ) দাপোনৰ পৃষ্ঠত সৎ আৰু বিবৰ্ধিত।

ঘ) সৎ, দাপোনৰ পিছফালে আৰু  লক্ষ্য বস্তুৰ সমান আকাৰ।

উত্তৰঃ খ) অসৎ, দাপোনৰ পিছফালে আৰু  লক্ষ্য বস্তুৰ সমান আকাৰ।

৯। এটা কেলিড’স্ক’পৰ গঠন বর্ণনা কৰা।

১০। মানুহৰ চকুৰ এটা চিহ্নিত চিত্ৰ অঁকা।

উত্তৰঃ

১১। মিতালীয়ে ক্ৰিয়াকলাপ ১৬.৮ টো এটা লেজাৰ টৰ্চৰ সহায়ত কৰিব বিচাৰিছিল।তাইৰ শিক্ষকে তেনেকুৱা নকৰিবলৈ পৰামৰ্শ দিলে। শিক্ষকে কিহৰ ভিত্তিত এই পৰামৰ্শ দিলে ব্যাখ্যা কৰিব পাৰিবানে?

১২। তুমি চকুৰ যত্ন কেনেকৈ ল’ব পাৰা বুজাই লিখা।

উত্তৰঃ

১৩। প্ৰতিফলিত ৰশ্মিয়ে যদি আপতিত ৰশ্মিৰ সৈতে ৯০° কোণ কৰিলে । আপতন কোণৰ মান কিমান হ’ব?

উত্তৰঃ 

১৪। ৪০ চে.মি.  পাৰ্থক্যত ৰখা   দুখন সমান্তৰাল সমতল দাপোনৰ মাজত এডাল মম ৰাখিলে মমডালৰ প্ৰতিবিম্ব সংখ্যা কিমান হব।

উত্তৰঃ ৪০ চে.মি. আঁতৰত ৰখা দুখন সমান্তৰাল সমতল দাপোনৰ মাজত এডাল মম ৰাখিলে মমডালৰ প্ৰতিবিম্ব সংখ্যা অসংখ্য হ’ব।

১৫। দুখন দাপোন সমকোণত ৰখা হৈছে। চিত্ৰত ১৬.৯ ত দেখুৱাৰ দৰে এটা পোহৰৰ ৰশ্মি এখন দাপোনত 30° কোণ কৰি আপতিত হৈছে। এতিয়া দ্বিতীয় খন দাপোনৰ পৰা প্ৰতিফলিত হোৱা ৰশ্মি অংকন কৰা।

উত্তৰঃ 

১৬।  চিত্ৰ ১৬.২০ ত দেখুৱাৰ দৰে এখন সমতল দাপোনৰ এমূৰে A স্থানত প্ৰজ্ঞান থিয় হৈ আছে। সি দাপোণত নিজকে দেখা পাবেনে? তদুপৰি সি P, Q আৰু R স্থানত থকা কোনো লক্ষ্যবস্তুৰ প্ৰতিবিম্ব দেখা পাবনে?

উত্তৰঃ 

১৭। (ক) সমতল দাপোনৰ সন্মুখত A স্থানত কোনো লক্ষ্য বস্তুৰ প্ৰতিবিম্বৰ অৱস্থান উলিওৱা।

(খ) প্ৰহেলিকা B অৱস্থানত ৰৈ এই প্ৰতিবিম্ব দেখা পাবনে?

গ) প্ৰজ্ঞানে C  অৱস্থানত ৰৈ এই প্ৰতিবিম্ব দেখা পাবনে?

ঘ)প্ৰহেলিকাই B স্থানৰ পৰা C স্থানলৈ আহিলে A ৰ প্ৰতিবিম্ব অৱস্থান কি হ’ব?

উত্তৰঃ