প্ৰাক্ ঐতিহাসিক অসম । অধ্যায় ১৩ । Class 7 Social Science History Lesson 13 Question and Answer Assam | SCERT Class 7 S.Science History Lesson 13 Solution | Assamese Medium Class 7 S.Science Chapter 13 Answer | সপ্তম মান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ১৩ প্ৰাক্ ঐতিহাসিক অসম পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

পাঠ ১৩

প্ৰাক্ ঐতিহাসিক অসম

১। উত্তৰ লিখাঃ

(ক) নৰকাসুৰ কোন আছিল?

উত্তৰঃ নৰকাসুৰ কামৰূপৰ প্ৰথম ঐতিহাসিক ৰজা আছিল।

(খ)বর্মণ বংশৰ প্রতিষ্ঠাতা কোন আছিল?

উত্তৰঃ বৰ্মণ বংশৰ প্ৰতিষ্ঠাতা হৈছে- পুষ্য বৰ্মণ।

(গ) হিউৱেন চাঙে কোন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ আহিছিল?

উত্তৰঃ হিউৱেন চাঙে নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ আহিছিল।

(ঘ) অভিনৱ গুপ্ত কোন আছিল? 

উত্তৰঃ অভিনৱ গুপ্ত এজন পণ্ডিত আছিল।

(ঙ) পুৰণি কামৰূপ ৰাজ্য কেইটা ভাগত বিভক্ত আছিল? 

উত্তৰঃ পুৰণি কামৰূপৰ ৰাজ্য ৪ টা ভাগত বিভক্ত আছিল।

(চ) দানৱ বংশীয় প্রথম ৰজাজনৰ নাম কি আছিল? 

উত্তৰঃ দানৱ বংশীয় প্ৰথম ৰজাজনৰ নাম আছিল- মহীৰঙ্গ দানৱ।

২। শুদ্ধ / অশুদ্ধ বিচাৰ কৰাঃ

(ক) ৰামায়ণ, মহাভাৰত হ’ল হিন্দু ধৰ্মৰ দুখন মহাকাব্য। 

উত্তৰঃ শুদ্ধ।

(খ) নৰকাসুৰৰ বংশটোৰ নাম দানৱ বা অসুৰ বংশ।

উত্তৰঃ অশুদ্ধ।

(গ) বর্মণ বংশৰ আদি ৰজা হ’ল পুষ্য বর্মণ।

উত্তৰ- শুদ্ধ।

(ঘ) বাণ ৰজাৰ জীয়ৰীৰ নাম আছিল ঊষা। 

উত্তৰঃ শুদ্ধ।

(ঙ) ইৎচিঙে চি – উ – কি পুথিখন ৰচনা কৰিছিল।

উত্তৰঃ অশুদ্ধ।

৩। ক্রমানুসাৰে সজোৱা-বর্মণ বংশ , দানৱ বংশ , পাল বংশ , শালস্তম্ভ বংশ , ভৌম বংশ 

৪। কোন, কাৰ সমসাময়িক আঁচ টানি মিলােৱা-



৫। চমু টোকা লিখাঃ

(ক) হৰিহৰ যুদ্ধ (খ) শালস্তম্ভ বংশ (গ) পালবংশ (ঘ) কুণ্ডিল ৰাজ্য (ঙ) কামৰূপৰ আৰ্থ- সামাজিক অৱস্থা।

উত্তৰঃ

৬। ৫০ টা মান শব্দৰ ভিতৰত উত্তৰ লিখা । 

(ক) আখ্যান, কিংবদন্তি আৰু ইতিহাসৰ মাজত পাৰ্থক্য।

উত্তৰঃ 

(খ) ভাস্কৰ বৰ্মণ আৰু হর্ষবর্ধনৰ সম্পর্ক।উত্তৰঃ 

(গ) পুৰণি কামৰূপ  অধিবাসীসকলৰ খাদ্য আৰু সাজপাৰ।

উত্তৰঃ

Jyotish Kakati (জ্যোতিষ কাকতি)