প্ৰাণীৰ পৰিপুষ্টি  । অধ্যায় ২ । Class 7 General Science Lesson 2 Question and Answer Assam | SCERT Class 7 General Science Chapter 2 Solution | Assamese Medium Class 7 G.Science Chapter 2 Answer | সপ্তম মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ২ প্ৰাণীৰ পৰিপুষ্টি   পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

প্ৰাণীৰ পৰিপুষ্টি  

১) খালী ঠাই পূৰ কৰা ।

(ক) মানুহৰ পাচনৰ প্ৰধান স্তৰবোৰ হল –  আহাৰ গ্ৰহণ,  পাচন শোষণ পৰিমিশ্ৰণ আৰু মলত্য়াগ  

(খ) মানুহৰ দেহত  থকা আতাইতকৈ ডাঙৰ গ্ৰন্থটো হল যকৃত 

(গ) পাকস্থলীয়ে হাইড্ৰক্লৰিক এছিড আৰু   পাচক  ৰস উলিয়ায় যিয়ে খাদ্য়ৰ ওপৰত ক্ৰিয়া কৰে ।

ঘ) ক্ষুদ্ৰান্ত্ৰ ভিতৰৰ বেৰখনত বহুত আঙুলিৰ নিচিনা প্ৰৱধ থাকে যাক ভিলাই  বোলে  ।

ঙ) এমিবাৰ খাদ্য় খাদ্য়ৰিক্তিকা ত হজম হয় ।

২) যদি বাক্য়বোৰ সঁচা হয় শু চিন দিবা আৰু মিছা হলে অ চিন দিবা ।

ক) শ্ৱেতসাৰ পাচন পাকস্থলীত আৰম্ভ হয়  ।

উত্তৰঃ- অশুদ্ধ   ।

খ) জিভাই লালটিৰ লগত খাদ্য় মিহলোৱাত সহায় কৰে  ।

উত্তৰঃ- শুদ্ধ    ।

গ)  পিত্তাসয়ে  অস্থায়ী ভাৱে  পিত্তৰস জমা কৰে  ।

উত্তৰঃ- শুদ্ধ   ।

ঘ) ৰোমন্থকে গিলি খোৱা ঘাহঁ বোৰ মুখলৈ উলিয়াই আনি কিছু সময়ৰ বাবে চোবাই থাকে ।

উত্তৰঃ- শুদ্ধ    ।

৩) নিম্নলিখিত শুদ্ধ  উত্তৰত চিন দিয়া ।

ক) স্নেহ পদাৰ্থ সম্পূৰ্ন ভাৱে হজম হয় ।
১) পাকস্থলী ২) মুখত ৩) ক্ষুদ্ৰান্ত্ৰত ৪)বৃহদন্ত্ৰত  ।

উত্তৰঃ- ৩) ক্ষুদ্ৰান্ত্ৰত     ।

খ)পাচন নোহোৱা আহাৰৰ পানীৰ প্ৰধানকৈ শোষণ হয়  ।
১) পাকস্থলীত ২) খাদ্য়নলী ৩) ক্ষুদ্ৰান্ত্ৰত ৪) বৃহদ্ৰান্ত্ৰত

উত্তৰঃ- ৪) বৃহদন্ত্ৰত     ।

৪) স্তম্ভ ১ত দিয়াবোৰ স্তম্ভ ২ৰ লগত মিলোৱা ।

       স্তম্ভ ১                    স্তম্ভ ২

খাদ্য়ৰ উপাদান            পাচনৰ ফলাফল   

কাৰ্ব- হাই -ড্ৰেট              চেনি
প্ৰটিন                             এমিন , এছিদ
 স্নেহ পদাৰ্থ                     ফেটি এছিড বা গ্লিছাৰিললৈ   ।

৫) ভিলাই কি ? সেইবোৰৰ অৱস্থিতি আৰু কায কি  ?

উত্তৰঃ- ক্ষুদ্ৰান্তৰ ভিতৰৰ বেৰৰ হাজাৰ হাজাৰ আঙুলি সদৃশ বাহিৰলৈ ওলোৱা অংশ থাকে এইবোৰক ভিলাই বোলে।

৬)পিত্তৰস ক’ত উৎপন্ন হয় । খাদ্য়ৰ কোনটো উপাদানক ই হজম কৰায় ।

উত্তৰঃ-পিত্তৰস ক্ষুদ্ৰান্তত উৎপন্ন হয়।

পিত্তৰসে চৰ্বী বা স্নেহ পদাৰ্থ হজম কৰাত সহায় কৰে।

৭) ৰোমন্থক প্ৰাণীয়ে হজম কৰিব পৰা কিন্তু মানুহে হজম কৰিব নোৱাৰা কাৰ্ব- হাইড্ৰেট টোৰ নাম লিখা  । ইয়াৰ কাৰণ কি লিখা  ।

উত্তৰঃ-  ৰোমন্থক প্ৰাণীয়ে হজম কৰিব পৰা কিন্তু মানুহে হজম কৰিব নোৱাৰা কাৰ্ব- হাইড্ৰেট টোৰ নাম হ’ল ছেলুল’জ।

ছেলুল’জ হ’ল এক প্ৰকাৰৰ কাৰ্বহাইড্ৰেট। মানুহকে ধৰি বহু প্ৰাণীয়ে ছেলুল’জক হজম কৰিব নোৱাৰে। ৰোমান্থক প্ৰাণীবোৰৰ ক্ষুদ্ৰান্তৰ আৰু বৃহদন্ত্ৰৰ মাজত অন্ধান্ত্ৰ বা ছিকাম নামেৰে এটা ডাঙৰ মোনা সদৃস অংগ থাকে। ইয়াত খাদ্য়ৰ ছেলুল’জবোৰ নিৰ্দিষ্ট বেক্টেৰিয়াৰ ক্ৰিয়াৰ দ্বাৰা হজম হয়, যি বোৰ বেক্টেৰিয়া মানুহৰ দেহত নাথাকে। গতিকে ৰোমান্থক প্ৰাণীয়ে হজম কৰিব পৰা কাৰ্বহাইড্ৰেট মানুহে হজম কৰিব নোৱাৰে।

৮) আমি কিয় গ্লক জৰ পৰা ততালিকে শক্তি পাওঁ  ?

উত্তৰঃ-

৯) তলত দিয়াবোৰ খাদ্য়নলীৰ কোনটো অংশৰ লগত জৰিত ঃ

ক) খাদ্য়ৰ শোষণত  ক্ষুদ্ৰান্ত্ৰ   ।খ)  খাদ্য চোবোৱাত মুখ গহ্বৰ  ।

গ) বেক্টেৰিয়া ধ্বংশ কৰাত  পাকস্থলী   

ঘ)  খাদ্য় সম্পূণ ৰুপে হজম হোৱাত ক্ষুদ্ৰান্ত্ৰ  

ঙ)  মল সৃষ্টি হোৱাত  বৃহদ্ৰন্ত্ৰ 

১০) এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজত থকা এটাকৈ সাদৃশ্য় আৰু পাৰ্থক্য় লিখা ।

উত্তৰঃ-এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজত থকা সাদৃশ্য় হ’ল- খাদ্য় পাচন হবলৈ দুয়োটাই পাচক ৰস নিঃসৰণ কৰে।

এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজত থকা পাৰ্থক্য় হ’ল- এমিবাৰ খাদ্য় বস্তু খাদ্য় ৰক্তিতাত হজম হয় আৰু মানুহৰ খাদ্য় হজম হয় পাকস্থলিত।

১১) স্তম্ভ১ৰ বিষয় বোৰৰ লগত স্তম্ভ ২ৰ উপযুক্তবিষয় বোৰ মিলোৱা  ।
 স্তম্ভ ১                             স্তম্ভ ২

ক) লালতী গ্ৰান্থী          গ) লালটি নিঃসৰণ কৰে  ।
খ) পাকস্থলী                 ঘ) এছিড বাহিৰ কৰে   ।
গ) যকৃত                      ক) পিত্তৰস নিঃসৰণ হয়
ঘ) মলাশয়                    ছ) মল ত্য়াগ কৰে  ।
ঙ) ক্ষুদ্ৰান্ত                    ঙ) পাচন সম্পূৰ্ণ হয়
চ) বৃহদন্ত্ৰ                      চ) পানীৰ শোষণ ।

Type ARUP koch