প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ । অধ্যায় ২৫ । Class 7 Social Science Lesson 25 Question and Answer Assam | SCERT Class 7 S.Science Chapter 25 Solution | সপ্তম মান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ২৫ প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ

১। চমু উত্তৰ লিখা-

(ক) প্রান্তীয় গোট কাক বোলে?

উত্তৰঃ আৰ্থিক, সামাজিক আৰু শৈক্ষিক অনগ্ৰসৰতাত ভোগা লোকসকলকে প্ৰান্তীয় গোট হিচাপে অভিহিত কৰিব পাৰি।

(খ) অসমৰ চাহখেতিৰ বাবে ব্রিটিছসকলে ক’ৰ পৰা বনুৱা আমদানি কৰিছিল?

উত্তৰঃ ভাৰতৰ মধ্যভাগৰ পৰা।

(গ) কোনখন আইনমতে প্রাথমিক শিক্ষা বাধ্যতামূলক কৰা হয়?

উত্তৰঃ শিক্ষাৰ অধিকাৰ আইন ২০০৯।

(ঘ) গৰাখহনীয়া হ’লে কি হয়?

উত্তৰঃ গৰাখহনীয়াৰ ফলত একো একোখন গাওঁ, খেতি পথাৰ আদি নদীৰ পানীত জাহ যায়।

(ঙ) বৃহৎ নদীবান্ধৰ পৰা কি অপকাৰ হ’ব পাৰে?

উত্তৰঃ 

২। উত্তৰ লিখা-

(ক) কি কি কাৰণত প্রান্তীয় গোটৰ সৃষ্টি হ’ব পাৰে? তেওঁলোকৰ প্রধান সমস্যাসমূহ কি কি?

উত্তৰঃ

(খ) জনজাতি আৰু অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলক সংবিধানে কি বিশেষ সুবিধা প্রদান কৰিছে?

উত্তৰঃ

(জ) পার্বত্য অঞ্চলৰ জনজাতিসকলৰ বাবে কেনেধৰণৰ স্বায়ত্বশাসন আছে? দুখনৰ নাম লিখা।

উত্তৰঃ

৩। খালী ঠাই পূৰ কৰা

(ক) সংবিধানৰ দৃষ্টিত আমি সকলোৱে এক-ভাৰতীয় ǀ

(খ) অসমৰ মাটি চাহ খেতিৰ বাবে উপযোগী।

(গ) দেশৰ বিকাশত ভাগ ল’বলৈ প্ৰতিজন নাগৰিকেই, দায়বদ্ধ ।

(ঙ) সংখ্যালঘু লোকসকলৰ ভাষা সাংস্কৃতিক ক গুৰুত্ব প্রদান কৰি সংবিধানে তাৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিছে।

(চ) মানুহে শস্যও উৎপাদন কৰিব নোৱাৰে মৎস্য ও উৎপাদন কৰিব নোৱাৰে।

৪। শুদ্ধ অশুদ্ধ বাচি উলিওবা-

(ক) অন্য প্রান্তৰ পৰা অহা ছাত্র-ছাত্রীৰ লগত বন্ধুত্ব কৰিম।

উত্তৰঃ শুদ্ধ।

(খ) বেলেগ বেলেগ ৰীতি-নীতিৰে চলা মানুহক অৱহেলা কৰিম।

উত্তৰঃ অশুদ্ধ।

(গ) দেশৰ সকলোৰে মংগলৰ বাবে চৰকাৰৰ লগত সহযোগিতা কৰিম।

উত্তৰঃ শুদ্ধ।

(ঘ) আমি আন ব্যক্তিক শ্রদ্ধা, মৰম, সন্মান জনালেহে আমিও স্নেহ পাম।

উত্তৰঃ শুদ্ধ।

(ঙ) প্রাকৃতিক দুর্যোগ হলে আমি পৰস্পৰে পৰস্পৰক সহায় নকৰো।

উত্তৰঃ অশুদ্ধ।

জ্যোতিষ কাকতি