বসতিঃ গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন । অধ্যায় ৪ । Class 8 Social Science Geography Lesson 4 Question and Answer | SCERT Class 8 Social Science Geography Chapter 4 Solution | অষ্টম মান শ্ৰেণীৰ সমাজ বিজ্ঞান ভূগোল অধ্যায় ৪ বসতিঃ গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

বসতিঃ গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন

১ । উত্তৰ লিখাঃ 

(ক) বসতিক কেই ভাগত ভাগ কৰা হয় ? 

উত্তৰঃ ২ টা ভাগত ǀ

(খ) গ্রামাঞ্চলৰ কিমান শতাংশ লোক কৃষিকাৰ্যৰ লগত জড়িত ? 

উত্তৰঃ ৭৫%  লোক ǀ

(গ) নগৰৰ কেন্দ্রীয় অঞ্চলটো ঘাইকৈ কি কাৰ্যৰ লগত জড়িত ? 

উত্তৰঃ ব্যৱসায় বাণিজ্যৰ লগত জড়িত ǀ

(ঘ) উৎপত্তি কালৰ ভিত্তিত ভাৰত বৰ্ষৰ নগৰসমূহক কেইটা শ্ৰেণীত ভাগ কৰা হৈছে ?

উত্তৰঃ ৩টা ভাগত ǀ 

(ঙ) লোকপিয়ল বিভাগে নির্দিষ্ট কৰি দিয়া মতে ভাৰতবৰ্ষৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা কিমান হ’ব লাগে

উত্তৰঃ ৫৫০০ জন  ǀ

(চ) অসমৰ একমাত্ৰ পৌৰনিগম পৰিচালিত মহানগৰখনৰ নাম কি ? 

উত্তৰঃ গুৱাহাটী ǀ

২ । শুদ্ধ / অশুদ্ধ লিখাঃ
(ক) নগৰীয়া বসতিতকৈ গ্রাম্য বসতিত জনসংখ্যা ঘনত্ব অধিক । 

উত্তৰঃ অশুদ্ধ

(খ) গ্রাম্য বসতিৰ অধিক সংখ্যক লোক চাকৰিৰ লগত জড়িত ।

উত্তৰঃ অশুদ্ধ

(গ) নতুন দিল্লী এখন প্রশাসনিক নগৰ । 

উত্তৰঃ শুদ্ধ

(ঘ) আগ্রা এখন নদীৰ পাৰত অৱস্থিত নগৰ । 

উত্তৰঃ শুদ্ধ

(ঙ) শিলচৰ বৰাক নদীৰ পাৰত অৱস্থিত । 

উত্তৰঃ শুদ্ধ

৩ । চমুকৈ উত্তৰ লিখাঃ

(ক) গ্রাম্য অঞ্চলৰ বৃত্তি ।

উত্তৰঃ 

(খ) নগৰীয়া বসতিৰ সা – সুবিধা । 

উত্তৰঃ 

(গ) নগৰত বসতি ঘন হোৱাৰ কাৰণ কি ? 

উত্তৰঃ

(ঘ) মেগা’পলিছ কাক বোলে ?

উত্তৰঃ 

৪ । নগৰৰ সা – সুবিধা আৰু সমস্যা সম্পৰ্কত দুখন সুকীয়া তালিকা প্রস্তুত কৰা ।

উত্তৰঃ 

৫ । ভূ – চিত্ৰাৱলী চাই অসমৰ দহখন নগৰৰ নাম লিখা আৰু সেইবোৰ কোন কোন জিলাত অৱস্থিত উল্লেখ কৰা । 

উত্তৰ- 

৬ । তুমি বাস কৰা ঠাইত থকা দহটা পৰিয়ালৰ লোকসকলৰ শিক্ষাগত অহর্তা আৰু তেওঁলোক কি কি বৃত্তিৰ লগত | জড়িত তাৰ জৰীপ কৰি এখন প্রতিবেদন প্রস্তুত কৰা ।

উত্তৰঃ