বসতি । অধ্যায় ৩ । Class 8 Social Science Geography Lesson 3 Question and Answer Assam | SCERT Class 8 S.Science Geography Chapter 3 Solution | অষ্টম মান শ্ৰেণীৰ সমাজ বিজ্ঞান ভূগোল অধ্যায় ৩ বসতি পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

বসতি

১ । খালী ঠাই পূৰ কৰাঃ

(ক) কৃষি কাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে । 

(খ) পানীৰ উৎসক ভিত্তি কৰি গাঁওবাসীয়ে ভালেমান সা – সুবিধা ভোগ কৰে ।

(গ) আলিবাট , ৰে’লপথ , নদীৰ কাষে কাষে গঢ়ি উঠা বসতিক ৰৈখিক বসতি বোলে । 

(ঘ) বর্তমান অসমত গাঁৱৰ সংখ্যা হ ’ ল ২৫,৫৯০ খন ।

২ । শুদ্ধ উত্তৰটো বাছি উলিওৱা — 

( ক ) গ্রাম্য বসতিৰ মূল বৃত্তি হ’ল বেপাৰ – বাণিজ্য / উদ্যোগ / কৃষি । 

( খ ) গ্রাম্য অঞ্চলতকৈ নগৰ অঞ্চলত জনসংখ্যা ঘনত্ব কম / অধিক / সমান । 

( গ ) ভাৰতৰ প্রায় ৭০ / ৮০ / ৬০ শতাংশ লোকে গাঁৱত বাস কৰে ।

( ঘ ) কোনো ঠাইত থুপ খাই থকা বসতিয়েই হ’ল ৰৈখিক / কেন্দ্রীভূত / পাতল বসতি ।

 ৩ । উত্তৰ লিখা – ( ৪টা বা ৫টা বাক্যৰ ভিতৰত ) 

( ক ) মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাৰ কাৰণ কি বুলি ভাবা ? 

( খ ) গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্য সম্বন্ধে আলোচনা কৰা । 

( গ ) কেন্দ্রীভূত বসতি কেনেধৰণে সৃষ্টি হয় লিখা । 

( ঘ ) পৌৰ বসতিৰ মানুহৰ জীৱিকাৰ উপায় কেনেকুৱা চমুকৈ লিখা ।

 ( ঙ ) গাঁও আৰু নগৰৰ মাজৰ সম্পর্ক আলোচনা কৰা

৪ । চমুটোকা লিখাঃ

 ( ক ) ৰৈখিক বসতি

( খ ) বর্গক্ষেত্রাকাৰ বসতি

( গ) উচ্চভূমিৰ বসতি । 

৫ । পার্থক্য লিখা –

 ( ক ) গ্রাম্য বসতি আৰু পৌৰ বসতি । 

( খ ) ৰৈখিক বসতি আৰু কেন্দ্রীভূত বসতি । 

( গ ) উচ্চভূমিৰ বসতি আৰু নিম্নভূমিৰ বসতি ।