বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন । অধ্যায় ১২ । Class 8 Social Science History Lesson 12 Question and Answer Assam | SCERT Class 8 S.Science History Chapter 12 Solution |

বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন

১) চমু উত্তৰ লিখা-

(ক) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান খ্রীষ্টাব্দত প্রতিষ্ঠা হৈছিল ?

উত্তৰ-১৫৯৯ খ্ৰীষ্টাব্দত ǀ

খ) ভাৰতলৈ অহা জলপথ পোনতে কোনজন নাৱিকে আৱিষ্কাৰ কৰে?

উত্তৰ-ভাস্কো-ডা-গামা ǀ

(গ) ওলণ্ডাজসকলে ভাৰতৰ কোন ঠাইত প্রথম দুর্গটো সাজে?

উত্তৰ- পুলিকট ǀ

ঘ) দ্বিতীয় চালৰ্ছে বোম্বাই (মুম্বাই) কাক লীজত দিছিল?

উত্তৰ- ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী

ঙ) পঞ্জাৱ, মহীশূৰ আৰু মাৰাঠা ৰাজ্য ইংৰাজৰ কি নীতিৰ চিকাৰ হৈছিল ?

উত্তৰ- বিভাজন আৰু শাসন ǀ

২। ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা

উত্তৰ- 

৩। খালী ঠাই পূৰ কৰা-

ক) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ১৬০০ খ্রীষ্টাব্দত ৰাণী প্রথম এলিজাবেথৰ পৰা প্ৰাচ্যৰ দেশৰ লগত ব্যৱসায়- বাণিজ্য কৰিবলৈ ৰাজকীয় অনুমতি পাইছিল ।

খ) বাণিজ্যবাদৰ দ্বাৰা দেশৰ অর্থনৈতিক কাম-কাজ চৰকাৰৰ নিয়ন্ত্রণাধীন কৰা হয় ।

গ) ১৬৬১ খ্রীষ্টাব্দত দ্বিতীয় চার্লছে বোম্বাই ইষ্ট ইণ্ডিয়া কোম্পানীক লীজত দিয়ে ।

) ১৭১৫ খ্রীষ্টাব্দত মোগল সম্রাট ফাৰুখছিয়াৰে ইষ্ট ইণ্ডিয়া কোম্পানীক ব্যৱসায়  কৰিবলৈ ফৰমান/অনুমতি প্রদান কৰে ।

ঙ) ইংৰাজ সকল সাগৰীয় নৌবাহিনীৰে শক্তিশালী আছিল ।

৪। সত্য/অসত্য বিচাৰ কৰা-

ক) ১৮ শতিকাত মোগল সাম্রাজ্য শক্তিশালী আছিল।

উত্তৰ- অশুদ্ধ

খ) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত ব্যৱসায় কৰা একমাত্ৰ ইউৰোপীয় কোম্পানী আছিল।

উত্তৰ- অশুদ্ধ

গ) ভাস্কো-ডা-গামাই ১৪৯২ খ্রীষ্টাব্দত কালিকটত উপস্থিত হৈছিল।

উত্তৰ- অশুদ্ধ

ঘ) ভাৰতীয় কৃষকসকলৰ পৰা জোৰ-জুলুমকৈ ৰাজহ সংগ্ৰহ কৰা পদ্ধতি প্রৱর্তনৰ ফলত ভাৰতীয় কৃষকসকল ঋণগ্রস্ততাত ভুগিছিল ।

উত্তৰ- শুদ্ধ

ঙ) বাণিজ্যবাদে উপনিৱেশবাদক উদগনি যোগাইছিল ।

উত্তৰ- শুদ্ধ

৫। দলত আলোচনা কৰি টোকা প্রস্তুত কৰা-

ক) ইউৰোপীয় বণিজ গোষ্ঠীৰ ভাৰত আগমনৰ কাৰণ ।

উত্তৰ-

খ) বাণিজ্যবাদ বুলিলে কি বুজা? বাণিজ্যবাদ আৰু উপনিবেশবাদৰ মাজত সম্পর্ক কি?

উত্তৰ- 

গ) ভাৰতৰ সামাজিক আৰু অর্থনৈতিক জীৱনত ইউৰোপীয় বণিকসকলৰ প্ৰভাৱ ।

উত্তৰ-

৬। ভাৰতৰ এখন মানচিত্র অঙ্কন কৰি পর্তুগীজ, ওলণ্ডাজ, ইংৰাজ আৰু ফৰাচীসকলৰ ব্যৱসায়িক ঘাটিবোৰ বহুওৱা

উত্তৰ-

৭। ইংৰাজসকলে ভাৰতত প্ৰৱেশ কৰাৰ পূর্বে ভাৰতত উপলব্ধ ভাৰতীয় কুটিৰ শিল্পৰ উদ্যোগসমূহৰ এখন তালিকা প্রস্তুত কৰা।

উত্তৰ- 

৮। ১৭ শতিকাৰ শেষ আৰু ১৮ শতিকাৰ আৰম্ভণিৰ কালছোৱাই ভাৰতৰ ইতিহাসত এক দিক্‌ নিৰ্ণয়কাৰী ভূমিকা লৈছিল’— উক্তিটোৰ তাৎপর্য ব্যাখ্যা কৰা ।

উত্তৰ-