বিদ্যুৎ প্রবাহৰ ৰাসায়নিক ক্ৰিয়া । অধ্যায় ১৪/Chapter 14 | Class 8 General Science Lesson 14 Question and Answer Assam | SCERT Class 8 G.Science Chapter 14 Solution | অষ্টম মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৪  বিদ্যুৎ প্রবাহৰ ৰাসায়নিক ক্ৰিয়া পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

 বিদ্যুৎ প্রবাহৰ ৰাসায়নিক ক্ৰিয়া

১) খালী ঠাই পূৰ কৰা।

ক)বিদ্যুৎ পৰিবহন কৰা বেছিভাগ জুলীয়া পদাৰ্থই ___,__,___  

     ৰ দ্ৰৱ।

খ) দ্ৰৱ এটাৰ মাজেৰে প্ৰবাহিত হোৱা বিদ্যুতে____ক্ৰিয়াৰ সৃষ্টি কৰে।

গ) কপাৰ ছালফেট দ্ৰব্যৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে বেটাৰিৰ__ 

     মেৰুৰ লগত সংযোগ কৰা পাতৰ ওপৰত তামৰ লেপ পৰিব।

ঘ) বিদ্যুতৰ দ্বাৰা কোনো এবিধ বিচৰা ধাতুৰ লেপন আন এটা বস্তুৰ ওপৰত 

     দিয়া কাৰ্যক ______বোলে।

উত্তৰঃ 

ক) এছিড,  ক্ষাৰক, লৱণ।

খ) ৰাসায়নিক।

গ) ঋণাত্মক।

ঘ) বিদ্যুৎ লেপন।

২) যেতিয়া টেষ্টাৰ মুক্ত মূৰ দুটা দ্ৰৱ এটাত ডুবাই হয় তেতিয়া চুম্বক শলাই 

     বিক্ষেপন দেখুৱায়। তুমি কাৰণটো বাখ্যা কৰিব পাৰিবানে ?

উত্তৰ:- 

৩) তিনিবিধ জুলীয়া পদাৰ্থৰ নাম লিখা। 

চিত্ৰ ১৪.৯ত দেখুৱাৰ ধৰণে পৰীক্ষা কৰিলে 

চৌম্বিক শলাৰ বিক্ষেপন ঘটিব পাৰে।

উত্তৰঃ 

ছডিয়াম ক্লৰাইড, হাইড্ৰক্লৰিক এছিড আৰু নিমখ পানী।

৪) চিত্ৰত ১৪.১০ ত দেখুওৱা ব্যৱস্থাত বাল্বটো

    জ্বলা নাই। সম্ভৱপৰ কাৰণ বোৰ লিখা। 

    তোমাৰ উত্তৰ বাখ্যা কৰিবা।

উত্তৰঃ

বাল্বটো নজ্বলাৰ কাৰণ বোৰ হ’ল-

১) বাল্বটো বেয়া হব পাৰে।

২) বেটাৰীৰ কোষ বোৰে কাম নকৰিব পাৰে।

৩) তাঁৰৰ সংযোগ ভালকৈ নহব পাৰে অৰ্থাৎ ঢিলা হব পাৰে।

৫) A আৰু B বুলি চিহ্নিত দুটা জুলীয়া পদাৰ্থৰ পৰিবাহিতা পৰীক্ষা কৰিবলৈ এটা টেষ্টাৰ ব্যৱহাৰ কৰা হৈছে। দেখা গ’ল  যে জুলীয়া পদাৰ্থ ‘A’ ৰ ক্ষেত্ৰত বাল্বটো উজ্জ্বলকৈ জ্বলিছে । আনহাতে ‘B’ ৰ ক্ষেত্ৰত ই নিষ্প্ৰভ তুমি সিদ্ধান্ত ল’বা যে –

ক) জুলীয়া পদাৰ্থ ‘B’ তকৈ জুলীয়া পদাৰ্থ ‘A’ উন্নত পৰিবাহী।

খ) জুলীয়া পদাৰ্থ ‘A’ তকৈ জুলীয়া পদাৰ্থ ‘B’ উন্নত পৰিবাহী।

গ) দুয়োটা জুলীয়া পদাৰ্থ সমভাৱে পৰিবাহী।

ঘ) জুলীয়া পদাৰ্থৰ পৰিবাহী গুণ এনেদৰে তুলনা কৰিব নোৱাৰি।

উত্তৰ:- ক) জুলীয়া পদাৰ্থ ‘B’ তকৈ জুলীয়া পদাৰ্থ ‘A’ উন্নত পৰিবাহী।

৬) বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহন কৰেনে? যদি নকৰে , ইয়াক পৰিবাহী কৰিবলৈ আমি কি কৰিব পাৰোঁ?

উত্তৰ:- বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহন নকৰে, ইয়াক পৰিবাহী কৰিবলৈ আমি বিশুদ্ধ পানীৰ লগত লৱণ মিহলি কৰিব লাগিব।

৭) অগ্নিকাণ্ডত অগ্নিনিৰ্বাপক জোৱানসকলে পানী নল খোলাৰ আগতে সেইঠাইখিনিৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়ে। তেওঁলোকে এনে কিয় কৰে বাখ্যা কৰা।

উত্তৰ:- 

৮) উপকূলীয় অঞ্চলত থকা শিশু এটায়ে তেওঁৰ টেষ্টাৰ সহায়ত খোৱা পানী আৰু সাগৰৰ পানী পৰীক্ষা কৰিলে। তেঁও দেখিলে যে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বক শলাৰ অধিক বিক্ষেপন হৈছে। কাৰণটো ব্যাখ্যা কৰিব পাৰিবানে?

উত্তৰ:-

৯) ধাৰাষাৰ বৰষুণৰ সময়ত বিজুলী মিস্ত্ৰী এজনে ঘৰৰ বাহিৰত বৈদ্যুতিক মেৰামতি কাম কৰাটো তেওঁৰ বাবে নিৰাপদ নে? ব্যাখ্যা কৰা।

উত্তৰ:-

১০) প্ৰহেলিকাই শুনিছিল যে বৰষুণ পানী পাতিত পানীৰ নিচিনাই ভাল। গতিকে তাই পৰিষ্কাৰ কাঁচৰ গিলাচ এটাত অলপ বৰষুণৰ পানী সংগ্ৰহ কৰিলে আৰু টেষ্টাৰে ইয়াক পৰীক্ষা কৰিলে । তাই কম্পাছ কাটাৰ বিক্ষেপন দেখি বিস্ময় দেখিলে। কাৰণবোৰ কি কি হ’ব পাৰে?

উত্তৰ:-

১১) তোমাৰ চাৰিওপিনে বিদ্যুৎ লেপন বিশিষ্ট বস্তুবোৰৰ  এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰ:-

১২) ক্ৰিয়াকলাপ ১৪.৭ তুমি দেখা প্ৰক্ৰিয়াটোৰে তাম শুদ্ধ কৰা হয়। বিশুদ্ধ তামৰ মিহি পাত এখন আৰু অশোধিত তামৰ শকত দণ্ড এডাল তড়িদ্বাৰৰূপে লোৱা হয় । অশুদ্ধ দণ্ডৰ মিহি পাতখনলৈ তাম স্থানান্তৰ কৰিব খোজা হৈছে। বেটাৰীৰ ধনাত্মক মেৰুত কোনডাল তড়িদ্বাৰ সংযোগ কৰাটো উচিত আৰু কিয়?

উত্তৰ:-