ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা । অধ্যায় ৯ । Class 7 Social Science Geography Lesson 9 Question and Answer Assam | SCERT Class 8 Social Science Geography Chapter 9 Solution | Assam Class 8 S.Science Chapter 9 Geography Answer | সপ্তম মান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ৯ ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা

১। শুদ্ধ- অশুদ্ধ বিচাৰি উলিওৱাঃ

(ক) ভাৰতত দুই ধৰণৰ মৌচুমী বায়ু প্ৰবাহিত হয়।উত্তৰঃ শুদ্ধ।(খ) জনসংখ্যাৰ আকাৰৰ ক্ষেত্ৰত ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত প্ৰধান।

উত্তৰঃ অশুদ্ধ।

(গ) ভাৰতবৰ্ষৰ প্ৰায় সোঁমাজেদি কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে।

উত্তৰঃ শুদ্ধ।

(ঘ) দক্ষিণ ভাৰতৰ কলা মাটি অঞ্চল চাহ খেতিৰ বাবে উপযোগী।উত্তৰঃ অশুদ্ধ।

(ঙ) মৰুভূমি অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়।উত্তৰঃ অশুদ্ধ।

২। শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখাঃ

(ক) দক্ষিণ পশ্চিম মৌচুমী বতাহ প্ৰশান্ত মহাসাগৰ/আৰৱ সাগৰ /লোহিত সাগৰৰ ওপৰেদি প্ৰবাহিত হয়।

উত্তৰঃ দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্ৰবাহিত হয়।

(খ)২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৩৮০ /৩৮২ /৩২৪ জন

উত্তৰঃ ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৩৮২ জন।

(গ) ফলমূল উৎপাদনত পঞ্জাব/ জন্মু-কাশ্মীৰ /হিমাচল প্ৰদেশৰ স্থান ভাৰতৰ ভিতৰত প্ৰথম।

উত্তৰঃ ফলমূল উৎপাদনত জন্মু-কাশ্মীৰ ভাৰতৰ ভিতৰত প্ৰথম।

(ঘ) মৰুভূমি অঞ্চলত চিৰসেউজীয়া /কাইঁটীয়া /তৃণজাতীয় উদ্ভিদ পোৱা যায়।

উত্তৰঃ মৰুভূমি অঞ্চলত কাইঁটীয়া  উদ্ভিদ পোৱা যায়।

(ঙ) ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হল অৰুণাচল প্ৰদেশ /মহাৰাষ্ট্ৰ /উত্তৰ প্ৰদেশ

উত্তৰঃ ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হল উত্তৰ প্ৰদেশ।

৩। `ক’ অংশৰ লগত `খ’ অংশ মিলোৱাঃ

 ‘‘ অংশ‘খ‘ অংশ
১) মৌচুমীয় উদ্ভিদ-বছৰি ১০০ ছেন্টিমিটাৰৰ পৰা ২০০ ছেন্টিমিটাৰ বৰষুণ হয়। 
২) তৃণজাতীয় উদ্ভিদ৩) বছৰি ৫০ ছেন্টিমিটাৰৰ পৰা ১০০ ছেন্টিমিটাৰ বৰষুণ হয়। 
৩) কাইঁটীয়া মৰুজ উদ্ভিদ২) বছৰি ৫০ ছেন্টিমিটাৰতকৈ কম বৰষুণ হয়। 
৪) চিৰসেউজীয়া উদ্ভিদ বৰষুণ হয়।১) ২০০ ছেন্টিমিটাৰতকৈ অধিক বৰষুণ হয়।  

৪। চমু উত্তৰ লিখা (৪০ টা মান শব্দৰ ভিতৰত)
(ক) জনসংখ্যা হ্ৰাস বৃদ্ধি কি কি কাৰণত হব পাৰে?

উত্তৰঃ
(খ) ভাৰতবৰ্ষৰ জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ কি কি?

উত্তৰঃ

(গ) ভাৰতবৰ্ষৰ ক’ত ক’ত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়?

উত্তৰঃ

(ঘ) ভাৰতবৰ্ষত কপাহ খেতি হোৱা ঠাইসমূহ কি কি?

উত্তৰঃ 

৫। উত্তৰ লিখাঃ(ক) ভাৰতবৰ্ষৰ জলবায়ু ওপৰত দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱ সম্পৰ্কে মানচিত্ৰৰ সহায়ত বুজাই লিখা।

উত্তৰঃ

(খ) ভিন ভিন খেতিৰ বাবে ভিন ভিন জলবায়ুৰ প্ৰয়োজন – বাখ্যা কৰা।

উত্তৰঃ 

(গ) মৌচুমীয় উদ্ভিদৰ বাবে কেনেধৰণৰ জলবায়ুৰ প্ৰয়োজন? মৌচুমীয় উদ্ভিদৰ উদাহৰণ লিখি ভাৰতৰ কত পোৱা যায় ঠাইসমূহ উল্লেখ কৰা।

উত্তৰঃ 

(ঘ) ধান খেতিৰ বাবে কেনেকুৱা জলবায়ুৰ প্ৰয়োজন? ভাৰতবৰ্ষত ধান খেতি প্ৰধান ৰাজ্যবোৰৰ নাম উল্লেখ কৰা।উত্তৰঃ 

(ঙ) জনসংখ্যা বৃদ্ধিয়ে ভাৰতবৰ্ষৰ কি কি সমস্যাৰ সৃষ্টি কৰিছে আলোচনা কৰা।

উত্তৰঃ