মানৱ সৃষ্ট পৰিৱেশ । অধ্যায় ৬ । Class 7 Social Science Geography Lesson 6 Question and Answer Assam | SCERT Class 7 S.Science Chapter 6 Solution | Assamese Medium Class 7 S.Science Lesson 6 Answer | সপ্তম মান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ৬ মানৱ সৃষ্ট পৰিৱেশ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

মানৱ সৃষ্ট পৰিৱেশ

১। কেৱল উত্তৰ লিখা-

(ক) পৰিৱেশক ঘাইকৈ কেইটা ভাগত ভগাব পাৰি?

উত্তৰঃ পৰিৱেশ ঘাইকৈ দুটা ভাগত ভগাব পাৰি।

(খ) মানুহৰ উপকাৰত অহা আৰু আৰ্থিক মূল্য থকা বস্তুবোৰক কি বোলে?

উত্তৰঃ মানুহৰ উপকাৰত অহা আৰু আৰ্থিক মূল্য থকা ভাল বস্তুবোৰক সম্পদ বোলে। 

(গ) ভাৰত চৰকাৰৰ কোনটো মন্ত্ৰণালয়ে দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো চোৱা-চিতা কৰে?

উত্তৰঃ ভাৰত চৰকাৰ ‘মানৱ উন্নয়নৰ মন্ত্ৰণালয়ে’ দেশৰ মানৱ সম্পদ উন্নয়ন দিশটো চোৱা-চিতা কৰে।

(ঘ) ভূ- প্ৰকৃতিৰ ভিত্তিত অসমক কেইটা ভাগত ভগোৱা হৈছে?

উত্তৰঃ ভূ প্ৰকৃতিৰ ভিত্তিক অসমক দুটা ভাগত ভগোৱা হৈছে। 

(ঙ) উত্তৰ কাছাৰ পাৰ্বত্য জিলাক বতমান কি নামেৰে জনা যায়?

উত্তৰঃ কাছাৰ পাৰ্বত্য জিলাক বৰ্তমান ডিমা-হাছাও নামেৰে জনা যায়।

২। খালী ঠাই পূৰ কৰাঃ

(ক) মানৱ সৃষ্ট পৰিৱেশক সাংস্কৃতিক পৰিৱেশো বোলা হয়।

(খ) শাৰীৰিক আৰু মানসিকভাৱে কাম কৰিবলৈ সক্ষম ব্যক্তিক মানৱ সম্পদ বোলে। 

(গ) আন সকলো সম্পদৰ তুলনাত মানৱ সম্পদ শ্ৰেষ্ঠ সম্পদ।

(ঘ) অসম দক্ষিণ পশ্চিম মৌছুমি  জলবায়ুৰ গতি পথত অৱস্থিত।

(ঙ) অসমৰ কৃষি উতপাদিত শস্যক  তিনিটা প্ৰধান ভাগত ভাগ কৰিব পাৰি।

৩। শুদ্ধ উত্তৰটো বাছি লিখা-

(ক) মানৱ সৃষ্ট পৰিৱেশৰ উপাদান এটা হ’ল গছ-গছনি/বাসগৃহ।

উত্তৰঃ বাসগৃহ।

(খ) জাপান পৃথিৱীৰ ভিতৰত উল্লেখযোগ্য উদ্যোগ প্ৰধান / কৃষি প্ৰধান দেশ।

উত্তৰঃ উদ্যোগ প্ৰধান।

(গ) অসমৰ নদী উপত্যকা অঞ্চলৰ বাসিন্দাসকলৰ জীৱিকা চাকৰি / কৃষি।

উত্তৰঃ কৃষি।

(ঘ) পাহাৰীয়া অঞ্চলত জনবসতি ঘন/ সেৰেঙা।

উত্তৰঃ সেৰেঙা।

(ঙ) কাবি আংলং/ উত্তৰ কাছাৰ পাবত্য জিলাৰ  বতমান নাম ডিমা হাছাও।

উত্তৰঃ উত্তৰ কাছাৰ।

৪। শুদ্ধ অশুদ্ধ লিখা –

(ক) মানৱ সৃষ্ট পৰিৱেশক কৃত্ৰিম পৰিৱেশ হিচাপেও জনা যায়।

উত্তৰঃ- অশুদ্ধ।

(খ) প্ৰাকৃতিক পৰিৱেশৰ উপাদানসমূহ ব্যৱহাৰ কৰি মানৱ সৃষ্ট পৰিৱেশৰ উপাদান সমূহ সৃষ্টি কৰা হয়।

উত্তৰঃ শুদ্ধ

(গ)  মানৱ সৃষ্ট পৰিৱেশ পৰিৱতনশীল।

উত্তৰঃ শুদ্ধ। 

(ঘ)  শাৰীৰিক আৰু মানসিকভাৱে উতপাদনমুখী কাম কৰিবলৈ সক্ষম ব্যক্তিসকল মানৱ সম্পদ।

উত্তৰঃ শুদ্ধ। 

(ঙ) ভূ- প্ৰকৃতিৰ ভিত্তিত অসমক দুটা সুকীয়া ভূ-খণ্ডত বিভিক্ত কৰিব পাৰি।

উত্তৰঃ শুদ্ধ।

৫। চমু উত্তৰ লিখা- (৪০ টা মান শব্দৰ ভিতৰত )
(ক) সমাজ উন্নয়নত মানৱ সম্পদৰ ভূমিকা।

উত্তৰঃ 

(খ) অসমৰ জনবসতি বিস্তাৰৰ ওপৰত নদী উপত্যকাৰ সমভূমিৰ প্ৰভাৱ।

উত্তৰঃ

৬। বহলাই লিখা- (৮০ টা মান শব্দৰ ভিতৰত )

(ক) মানৱ সৃষ্ট পৰিৱেশ কাক বোলে আৰু ইয়াৰ  উপাদান সমূহ কি কি? এই পৰিৱেশ গঢ় দিয়াত মানুহৰ ভূমিকা সম্পৰ্কে লিখা।

উত্তৰঃ 

(খ) কি কি কাৰণত অসমত বানপানী হয়? বানপানীৰ সৈতে সহাৱস্থান কৰাৰ ফলাপ্ৰসূ যুক্তি দি দুটা ব্যৱস্থা উল্লেশ কৰা

উত্তৰঃ

জ্যোতিষ কাকতি