মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ । অধ্যায় ১৬ । Class 8 Social Science History Lesson 16 Question and Answer | SCERT Class 7 S.Science History Chapter 16 Solution | Assamese medium Class 7 S.Science Lesson 16 Answer | সপ্তম মান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ১৬ মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ

১। উত্তৰ দিয়া-

(ক) ভাৰতবৰ্ষত মুছলমানসকলে কেতিয়াৰ পৰা শাসনকার্য আৰম্ভ কৰিছিল?

উত্তৰঃ ভাৰতবৰ্ষত মুছলমানসকলে ১২০৬ খ্ৰীঃত শাসনকাৰ্য আৰম্ভ কৰিছিল।

(খ) পাণিপথৰ প্রথম যুদ্ধ কিমান চনত সংঘটিত হৈছিল? 

উত্তৰঃ পাণিপথৰ প্ৰথম যুদ্ধ ১৫২৬ চনত সংঘটিত হৈছিল।

(গ) ঔৰংগজেৱে কাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল? 

উত্তৰঃ ঔৰংগজেৱে বংগৰ চুবেদাৰ মিৰজুমলাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল।

(ঘ) মােগলৰ শাসন ব্যৱস্থাত শাসনৰ সর্বোচ্চ ক্ষমতা কাৰ হাতত ন্যস্ত আছিল?

উত্তৰঃ মােগলৰ শাসন ব্যৱস্থাত শাসনৰ সর্বোচ্চ ক্ষমতা মোগল সম্ৰাটসকলৰ হাতত ন্যস্ত আছিল।

(ঙ) মনচবদাৰী প্রথা কোনে প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ মনচবদাৰী প্ৰথা মহামতি আকবৰে প্ৰৱৰ্তন কৰিছিল।

২। শুদ্ধ / অশুদ্ধ নির্ণয় কৰা— 

(ক) ভাৰতবৰ্ষত মােগলসকলে ১২০৬ খ্রীঃৰ পৰা ১৮৫৭ খ্রীঃলৈ ৰাজত্ব কৰিছিল।

উত্তৰঃ অশুদ্ধ।

(খ) মােগল সাম্রাজ্যৰ অন্তৰ্গত প্রদেশবােৰৰ চুবেদাৰসকলৰ বিচাৰ ক্ষমতা অসীম আছিল। 

উত্তৰঃ অশুদ্ধ।

(গ) বাবৰৰ ৰাজ্য বংগৰ পৰা গােৱালিয়ৰলৈকে বিস্তৃত আছিল। 

উত্তৰঃ শুদ্ধ।

(ঘ) মিৰজুলাৰ আক্ৰমণৰ সময়ত অসমৰ ৰজা আছিল জয়ধ্বজ সিংহ। 

উত্তৰঃ শুদ্ধ।

(ঙ) মনচবদাৰ শব্দটোৱে মাটিৰ গৰাকীক বুজায়।

উত্তৰঃ অশুদ্ধ।

৩। খালী ঠাই পূৰণ কৰা— 

(ক) আকবৰ মােগলসকলৰ তৃতীয় আৰু শ্রেষ্ঠ সম্রাট।

(খ) মােগলৰ বিচাৰ ব্যৱস্থা পৰিচালিত হৈছিল কোৰাণৰ নীতি নির্দেশনা মতে।

(গ) মােগলসকলে কৰ কাটলৰ বাবে মাটিক    ভাগত ভাগ কৰিছিল। 

(ঘ) ১৫৭৭ খ্রীঃত মহামতি ‘আকবৰে’ মােগল শাসন ব্যৱস্থাত মনচবদাৰী প্ৰথাৰ প্ৰচলন কৰে।

(ঙ) আকবৰৰ শাসনকালত মনচবদাৰ আছিল ২৯  জন।

৪। চমু উত্তৰ লিখা— 

(ক) একত্রিত ভাৰতবৰ্ষৰ সপােন আশিংকভাৱে কাৰ্যকৰী কৰিবলৈ সক্ষম হােৱা সম্রাট দুজন কোন কোন আছিল

উত্তৰঃ 

(খ) ঔৰংগজেৱৰ সাম্রাজ্যৰ বিস্তৃতি ক’ৰ পৰা ক’লৈ আছিল?

উত্তৰঃ 

(গ) মােগলৰ প্রাদেশিক শাসন ব্যৱস্থাত চুবেদাৰৰ তলৰ বিষয়াবােৰ কোন কোন?

উত্তৰঃ 

(ঘ) মােগলসকলৰ শাসন কালত মাটিক কেই ভাগত ভাগােৱা হৈছিল আৰু ভাগবােৰ কি কি?

উত্তৰঃ 

(ঙ) মনচবদাৰসকলক কিদৰে পাৰিতােষিক দিয়া হৈছিল? 

উত্তৰঃ

৫। ৫০ টা মান শব্দৰ ভিতৰত উত্তৰ লিখা— 

(ক) মােগলসকলৰ বিচাৰ ব্যৱস্থা। 

উত্তৰঃ 

(খ) মনচবদাৰী প্ৰথা।

উত্তৰঃ