শ্ৰমৰ সমমৰ্যদা আৰু সমমূল্য । অধ্যায় ২১ । Class 7 Social Science Lesson 21 Question and Answer Assam | SCERT Class 7 S.Science Chapter 21 Solution | সপ্তম মান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ২১ শ্ৰমৰ সমমৰ্যদা আৰু সমমূল্য পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

শ্ৰমৰ সমমৰ্যদা আৰু সমমূল্য

১। উত্তৰ লিখা-

(ক) শ্ৰমৰ সমমৰ্যদা মানে কি?

উত্তৰঃ পুৰুষ মহিলা নিৰ্বিশেষে ব্যক্তিয়ে কৰা কামক স্বীকৃতি দিয়াকে শ্ৰমৰ সমমৰ্যদা বোলে।

(খ) শ্ৰমৰ সমমূল্য মানে কি?

উত্তৰঃ পুৰুষ মহিলা নিৰ্বিশেষে ব্যক্তিয়ে কৰা কামৰ  উচিত মূল্য প্ৰদান কৰাকে শ্ৰমৰ সমমূল্য বোলে।

(গ) প্রতিভা দেৱী সিং পাটিলৰ কৰ্মজীৱন কেনেকৈ আৰম্ভ হৈছিল? 

উত্তৰঃ এগৰাকী উকিল হিচাপে প্ৰতিভা দেৱী সিং পাতিলৰ কৰ্মজীৱন আৰম্ভ হৈছিল।

(ঘ) মামণি ৰয়ছম গোস্বামীয়ে কিমান বয়সৰ পৰা সাহিত্য সাধনাত ব্ৰতী হয়? 

উত্তৰঃ ১৩ বছৰ বয়সৰ পৰা মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য় সাধনাত ব্ৰতী হয়। 

(ঙ) কল্পনা চাওলাই কোন বিষয়ত ডিগ্রী লাভ কৰিছিল?

উত্তৰঃ কল্পনা চাওলাই এগৰাকীবৈমানিক অভিযন্ত্ৰা হিচাপে ডিগ্ৰী লাভ কৰিছিল।

(চ) কলেজীয়া জীৱনত কি খেলত বাচেন্দ্ৰীয়ে প্রথম পুৰস্কাৰ লাভ কৰিছিল ?

উত্তৰঃ কলেজীয়া জীৱনত বাচেন্দ্ৰীয়ে ৰাইফল শ্বু টিঙত প্ৰথম পুৰস্কাৰ লাভ কৰিছিল।

২। উত্তৰ লিখা-

(ক) পুৰুষ মহিলাৰ পাৰস্পৰিক সমমৰ্যদা আৰু সহযোগিতাই সমাজ এখনৰ উন্নতিত কেনেদৰে অৰিহণা যোগায়?উত্তৰঃ 

(খ) লিংগ বৈষ্যমৰ কবলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত, কেনেকৈ?

উত্তৰঃ

(গ) সমাজৰ উন্নতিত মহিলাৰ ভূমিকা কিয় অপৰিহাৰ্য?

উত্তৰঃ

৩। খালী ঠাই পূৰ কৰাঃ

(ক) নাৰী আৰু পুৰুষৰ শ্ৰমৰ সমমর্যদা অবিহনে সমাজৰ উন্নতি সম্ভৱ নহয়।

(খ) সমাজৰ উন্নতি ত পুৰুষৰ সমানেই মহিলাৰ অৱদানো অনস্বীকার্য।

(গ) সমতা গণতন্ত্র এক অন্যতম বৈশিষ্ট্য।

(ঘ) মহিলা সকলো পুৰুষৰ সমানে দূৰদৰ্শী আৰু দায়িত্বশীল।

(ঙ) আমাৰ সমাজৰ ছোৱালীসকল ল’ৰাৰ সমানেই পৰিশ্ৰমী আৰু বুদ্ধিদীপ্ত

জ্যোতিষ কাকতি