সংবিধান আৰু ইয়াৰ প্ৰয়ােজনীয়তা । অধ্যায় ২১ । Class 8 Social Science Chapter 21 Question and Answer | SCERT Class 8 S.Science Chapter 21 Solution | Assam government School Chapter 21 Answer | অষ্টম মান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ২১ সংবিধান আৰু ইয়াৰ প্ৰয়ােজনীয়তা পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

সংবিধান আৰু ইয়াৰ প্ৰয়ােজনীয়তা

১) চমু উত্তৰ লিখা-

ক) সংবিধান বুলিলে কি বুজা ?

উত্তৰ- ৰাষ্ট্ৰ এখন সুকলমে পৰিচালনা কৰা আৰু ইয়াৰ নাগৰিকসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে কিছুমান নীতি নিয়মৰ প্ৰয়োজন হয় ǀৰাষ্ট্ৰ পৰিচালনাৰ বাবে দৰকাৰী এই নীতি নিয়ম আৰু আইন কানুন সমূহকে সংবিধান বোলে ǀ

খ) সংবিধান পৰিবৰ্তন কৰা প্ৰক্ৰিয়াটোক কি বোলে ?

উত্তৰ- সংবিধান পৰিবৰ্তন কৰা প্ৰক্ৰিয়াটোক সংবিধান সংশোধন প্ৰক্ৰিয়া বোলে ǀ

গ)নেপালত কোন চনত গণতন্ত্ৰ প্ৰতিস্হিত হয় ?

উত্তৰ- নেপালত ২০০৮ চনত গণতন্ত্ৰ প্ৰতিস্হিত হয় ǀ

ঘ) লিখিত সংবিধানৰ প্ৰচলন থকা তিনিখন ৰাষ্ট্ৰৰ নাম লিখা ǀ

উত্তৰ- ভাৰতবৰ্ষ,আমেৰিকা  যুক্তৰাষ্ট্ৰ, চুইজাৰলেণ্ড

২) চমু টোকা লিখা  আং ছান ছ্যু কী, নমনীয় সংবিধান, অলিখিত সংবিধান, ক্ষমতা বিভাজন

৩) শুদ্ধ উত্তৰটো বাছি উলিওৱা- 

(ক)ইংলেণ্ডৰ সংবিধান লিখিত/অলিখিত ǀ

উত্তৰ- অলিখিত

(খ)ভাৰতবৰ্ষৰ সংবিধান অনমনীয়/নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ ǀ

উত্তৰ- নমনীয়

(গ)কাৰ্যপালিকাই/বিধানমণ্ডলে/ন্যায়পালিকাই দেশৰ আইনসমূহ প্ৰস্তুত কৰে ǀ

উত্তৰ- কাৰ্যপালিকাই

৪) সংবিধান কেই প্ৰকাৰৰ আৰু কি কি বাখ্যা কৰা ǀ

উত্তৰ-  

৫) উত্তৰ লিখা-
(ক) লিখিত আৰু অলিখিত সংবিধানৰ দুটা পাৰ্থক্য ǀ
উত্তৰ- লিখিত সংবিধানঃ যিবোৰ সংবিধান লিখিত ৰূপত থাকে তাকে লিখিত সংবিধান বুলি কোৱা হয় । পৃথিৱীৰ প্ৰায়বোৰ ৰাষ্ট্ৰতে লিখিত সংবিধান আছে ।

লিখিত সংবিধানৰ দুটা পাৰ্থক্য হ’ল- (i) লিখিত সংবিধান স্পষ্ট আৰু নিৰ্দিষ্ট ।

(ii) লিখিত সংবিধানৰ ৰচনাকাল আৰু ৰচনাকাৰী সমন্ধে অৱগত হ’ব ।

অলিখিত সংবিধানঃ পৃথিৱীৰ প্ৰায়বোৰ দেশতে লিখিত সংবিধানৰ ব্যৱস্থা আছে । এই ক্ষেত্ৰত ব্যতিক্ৰম হৈছে ইংলণ্ডৰ সংবিধান যাৰ কোনো কোনো অলিখি ৰূপ নাই । এনেধৰণৰ সংবিধানক অলিখিত সংবিধান বুলি কোৱা হয় ।

অলিখিত সংবিধানৰ পাৰ্থক্য হ’লঃ (i) বিভিন্ন সময়ত প্ৰচলিত প্ৰথা-পদ্ধতি, ৰীতি-নীতি, ঐতিহ্য আৰু পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি অলিখিত সংবিধানৰ সৃষ্টি হৈছে ।

(ii) এই সংবিধানত কোনো বিষয় লিখিত ৰূপত নাথাকে ।

 (খ) অনমনীয় সংবিধানৰ দুটা বৈশিষ্ট্য ǀ 

উত্তৰ-  ১) অনমনীয় সংবিধানৰ সংশোধন পদ্ধতি জটিল ǀ       ২) অনমনীয় সংবিধান সদায় লিখিত ৰূপত থাকে 

৬) ‘গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ প্ৰয়োজনীয়তা আছে’ -যুক্তিসহ আলোচনা কৰা ǀ
উত্তৰঃ

৭) তলত উল্লেখ কৰা ৰাষ্ট্ৰসমূহ উপযুক্ত স্হানত বহুওৱা-  ভাৰতবৰ্ষ,আমেৰিকা যুক্তৰাষ্ট্ৰ,ইলেণ্ড

উত্তৰ-

নমনীয়অনমনীয়নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ
ইংলেণ্ডআমেৰিকা যুক্তৰাষ্ট্ৰভাৰতবৰ্ষ,