সম্পদ । অধ্যায় ৫ । Class 7 Social Science Geography Lesson 5 Question and Answer Assam | SCERT Class 7 Social Science Chapter 5 Solution | Assamese Medium Class 7 S.Science Chapter 5 Answer | সপ্তম মান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ৫ সম্পদ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

সম্পদ

১।সম্পদ বুলিলে কি বুজা? সম্পদৰ প্ৰধান ভাগ কেইটা আৰু কি কি? লিখা।

উত্তৰঃ 

২।’মানৱ শ্ৰেষ্ঠতম জৈৱিক সম্পদ।’ যুক্তি দৰ্শাই লিখা (এশ শব্দৰ ভিতৰত।)

উত্তৰঃ 

৩। তুমি জনা প্ৰাকৃতিক সম্পদসমূহ কি কি? সেইবোৰৰ সংৰক্ষণ ব্যৱস্থা সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ

৪। দীৰ্ঘম্যাদী উন্নয়ন বুলিলে কি বুজা? দীৰ্ঘম্যাদী উন্নয়ন কি প্ৰয়োজন? লিখা।

উত্তৰঃ

৫। পাথৰ্ক্য লিখি উলিওৱাঃ
(ক)নবীকৰণক্ষম সম্পদ আৰু অ-নবীকৰণক্ষম সম্পদ

উত্তৰঃ 

(খ) সৰ্বব্যাপী সম্পদ আৰু স্থানভিত্তিক সম্পদ

উত্তৰঃ

(গ) প্ৰকৃত সম্পদ আৰু সম্ভাৱনাপূৰ্ণ সম্পদ

উত্তৰঃ

৬। শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিয়াঃ

(ক) সম্পদ হবলৈ হলে তলৰ কোনটো প্ৰয়োজন নহয়?

(১) পৰিমাণ। (২) প্ৰয়োজন পূৰাব পৰা সামগ্ৰী।(৩) ব্যৱহাৰৰ বাবে উপযোগী।

উত্তৰঃ(১) পৰিমাণ।

(খ) তলৰ কোনটো মানৱসৃষ্ট সম্পদ  নহয়?

(১) পৰ্বত-পাহাৰ।     (২) থকা ঘৰ।  (৩) জলবিদ্যুত।

উত্তৰঃ(১) পৰ্বত-পাহাৰ।

৭। তোমাৰ বাসস্থানৰ চৌপাশে থকা প্ৰাণী  আৰু উদ্ভিদবোৰৰ তালিকা প্ৰস্তুত কৰা আৰু সেইবোৰৰ সংৰক্ষণ কিয় প্ৰয়োজন লিপিবদ্ধ কৰা।

উত্তৰঃ

৮। তলৰ তালিকাখনৰ আলমত স্থানীয় সম্পদসমূহৰ সংৰক্ষণৰ পৰিকল্পানা কৰোঁ আহা

Jyotish Kakati (জ্যোতিষ কাকতি)