আৱৰ্জনা সৃষ্টি আৰু নিষ্কাশন । অধ্যায় ১৬ । Class 6 General Science Lesson 16 Question and Answer Assam | SCERT Class 6 G.Science Chapter 16 Solution | ষষ্ঠ মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৬ আৱৰ্জনা সৃষ্টি আৰু নিষ্কাশন পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

আৱৰ্জনা সৃষ্টি আৰু নিষ্কাশন

১। (ক) ৰঙা কেচুঁৱে কোনবোৰ আৱৰ্জনা সাৰলৈ ৰূপান্তৰ কৰিব নোৱাৰে?

উত্তৰঃ 

(খ) তোমালোকে গাঁতবোৰত ৰঙা কেচুঁৰ বাহিৰে আন জীৱ দেখিছিলানে? যদি দেখা পাইছা, তেতিয়াহ’লে নামবোৰ বিচাৰি উলিওৱা।

উত্তৰঃ

২। আলোচনা কৰাঃ

(ক) আৱৰ্জনাবোৰ আঁতৰোৱাৰ দায়িত্ব মাথোঁ চৰকাৰৰ নে?

উত্তৰঃ 

(খ) আৱৰ্জনা নিষ্কাশনৰ সমস্য়াবোৰ কমাব পৰা সম্ভৱ নে?

উত্তৰঃ

৩। (ক) ঘৰত অৱশিষ্ট হিচাপে ৰৈ যোৱা খাদ্য় বস্তুবোৰ তোমালোকে কি কৰা?

উত্তৰঃ 

(খ) যদি তোমাক আৰু তোমাৰ বন্ধুসকলক ভোজমেলত কলপাতত প্লাষ্টিকৰ প্লেট খাবলৈ দিয়ে তুমি কোনখনত খাবলৈ বিচাৰিবা? আৰু কিয় বিচাৰিবা?

উত্তৰঃ 

৪। (ক)বিভিন্ন ধৰণৰ কাগজৰ টুকুৰা সংগ্ৰহ কৰা। এইবোৰৰ কোনবোৰক পুনৰ ব্য়ৱহাৰৰ উপযোগী কৰি প্ৰস্তুত কৰিব পাৰি বিচাৰি উলিওৱা।

উত্তৰঃ

(খ) লেন্সৰ সহায়ত ওপৰৰ প্ৰশ্নটোত সংগ্ৰহ কৰা কাগজৰ টুকুৰাবোৰ চোৱা। তোমালোকে পুনৰাবৰ্তিতচ কাগজ আৰু এখিলা নতুন কাগজৰ টুকুৰাৰ মাজত  কিবা পাৰ্থক্য় দেখাছানে?

উত্তৰঃ

৬। ৰাসায়নিক সাৰৰ সলনি পচন সাৰ ব্য়ৱহাৰ কৰাটো উত্তম বুলি ভাবানে? কিয় ভাবা?

উত্তৰঃ 

Type Jyotish Kakati (জ্যোতিষ কাকতি)