আমাৰ চাৰিওফালে থকা বায়ু । অধ্যায় ১৫ । Class 6 General Science Lesson 15 Question and Answer Assam | SCERT Class 6 G.Science Chapter 15 Solution | ষষ্ঠ মান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ১৫ আমাৰ চাৰিওফালে থকা বায়ু পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

আমাৰ চাৰিওফালে থকা বায়ু

১। বায়ুৰ উপাদানসমূহ কি?

উত্তৰঃ বায়ুৰ উপাদানসমূহ হৈছে- নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, জলীয় ভাপ, অন্য গেছ আৰু ধূলিকণা।

২। বায়ুমণ্ডলৰ কোনটো গেছ শ্বসনৰ বাবে আৱশ্যক?

উত্তৰঃ অক্সিজেন গেছ।

৩। বায়ুৱে জুই জ্বলোৱাত সহায় কৰে তুমি কেনেকৈ প্ৰমাণ কৰিবা।

উত্তৰঃ 

৪। পানীত যে বায়ু দ্ৰবীভূত হৈ আছে তাক কেনেকৈ দেখুৱাবা।

উত্তৰঃ 

৫। কপাহৰ জোলা বা থূপ এটা পানীত কিয় কোচ খাই?

উত্তৰ 

৬। ভূ-পৃষ্ঠক আগুৰি থকা বায়ুৰ আৱৰণটোক বায়ুমণ্ডল বোলে।

৭। সেউজীয়া উদ্ভিদে সিঁহতৰ খাদ্য প্ৰস্তুত কৰিবৰ বাবে ব্যৱহাৰ কৰা বায়ুৰ উপাদান টো হৈছে কাৰ্বন ডাই অক্সাইড

৮। বায়ুৰ উপস্থিতিৰ বাবে কৰিব পৰা, সম্ভাব্য ৫ টা ক্ৰিয়াকলাপৰ তালিকা কৰা-

উত্তৰঃ

1)    পালতৰা নাও বায়ুৰ উপস্থিতিতে গতি কৰে।

2) পাখিযুক্ত উৰণ সামগ্ৰী (Gliders), পেৰাচুট  ব্যৱহাৰ কৰিবলৈ বায়ু লাগে।

3)    উৰাজাহাজ বায়ুতহে চলে।

4)    বীজ আৰু ফুলৰ ৰেণু বিস্তাৰণৰ বাবে বায়ু লাগে।

5) বিদ্যুৎ উৎপাদন, কুৱাৰ পৰা পানী উঠাবলৈ, আটাৰ মিল ঢলাবলৈ বায়ুকল ব্যৱহাৰ কৰিব লগীয়া হয়।

৯। বায়ুমণ্ডলত গেছৰ বিনিময়ৰ ক্ষেত্ৰত প্ৰাণী আৰু উদ্ভিদে ইটোৱে সিটোক কেনেদৰে সহায় কৰে?

উত্তৰঃ

Jyotish Kakati (জ্যোতিষ কাকতি)