আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ । অধ্যায় ৬ । Class 6 General Science Lesson 6 Question and Answer Assam | SCERT Class 6 G.Science Chapter 6 Solution | ষষ্ঠ মান বিজ্ঞান অধ্যায় ৬ আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ

১। পানী আৱদ্ধ হৈ থকা ঠাই এটুকুৰাৰ মাজেৰে খোজ কাঢ়িবলৈ তোমালোকে সাধাৰণতে তোমালোকৰ পোচাক কোচাই চুটি কৰি লোৱা। এই পৰিৱৰ্তনক বিপৰীতমুখী কৰিব পাৰিবানে?

উত্তৰঃ এই পৰিৱৰ্তনক আমি বিপৰীতমুখী কৰিব পাৰো। আমি আৱদ্ধ হৈ থকা পানীখিনি পাৰ হৈ যোৱাৰ পিছত পোছাকযোৰ পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰো।

২। তোমালোকে হঠাতে তোমালোকৰ প্ৰিয় পুতলাটো পেলাই ভাঙিলা। এই পৰিৱৰ্তনটো তোমালোকে বিচৰা নাছিলা। এই পৰিৱৰ্তনক বিপৰীতমুখী কৰিব পাৰিবানে।

উত্তৰঃ এই পৰিবৰ্তনটো বিপৰীতমুখী পৰিবৰ্তন নহয়।

৩। তলৰ তালিকাত কিছুমান পৰিৱৰ্তন দিয়া আছে। প্ৰতিটো পৰিৱৰ্তনৰ কাৰণে খালী স্তম্ভত পৰিৱৰ্তনটো বিপৰীতমুখী হ’ব পাৰে নে নোৱাৰে লিখা।
উত্তৰঃ

৪। কাগজ এখনত ছবি আঁকিলে কাগজখনৰ পৰিৱৰ্তন হয়। এই পৰিৱৰ্তনক বিপৰীতমুখী কৰিব পাৰিবানে।

উত্তৰঃ 

৫। বিপৰীতমুখী হ’ব আৰু বিপৰীতমুখী হ’ব নোৱাৰা পৰিৱৰ্তনবোৰৰ মাজত থকা পাৰ্থক্য উদাহৰণ সহ বাখ্যা কৰা।উত্তৰঃ 

৬। ভঙা হাড়ৰ বেণ্ডেজৰ ওপৰত প্লাষ্টাৰ অব পেৰিচৰ এটা ডাঠ প্ৰলেপ দিয়া হয়। ই শুকাই কঠিন হৈ পৰে আৰু ভঙা হাড়ডালক লৰচৰ কৰিব নোৱাৰাকৈ ৰাখে। প্লাষ্টাৰ অব পেৰিচৰ হোৱা পৰিৱৰ্তনক বিপৰীতমুখী কৰিব পাৰিনে?

উত্তৰঃ

৭। বাহিৰত পৰি থকা এক বস্তা চিমেন্ট ৰাতি বৰষুণ হোৱাৰ বাবে তিতিলে। পিচদিনাখন ভালদৰে ৰ’দ ওলাল। তোমালোকে বাৰু ভাবানে চিমেন্টৰ যি পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তন বিপৰীতমুখী কৰিব পাৰি?

উত্তৰঃ