আমাৰ মৌলিক প্ৰয়োজনসমূহ । Class 6 Social Science Lesson 17 Question and Answer Assam | SCERT Class 6 S.Science Chapter 17 Solution | Assamese Medium Class 6 S.Science Lesson 17 Answer | ষষ্ঠ মান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ১৭ আমাৰ মৌলিক প্ৰয়োজনসমূহ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

আমাৰ মৌলিক প্ৰয়োজনসমূহ

১। মানুহৰ মৌলিক প্ৰয়োজনসমূহ কি কি এইবোৰক কিয় মৌলিক প্ৰয়োজন বুলি কোৱা হয়?

উত্তৰঃ 

২। পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহে মুখ্য আহাৰ হিচাপে বিভিন্ন খাদ্য গ্ৰহণ কৰাৰ কাৰণ কি?

উত্তৰঃ 

৩। অসমৰ মানুহে মুখ্য আহাৰ হিচাপে কি কি খাদ্য খায় ?
উত্তৰঃ 

৪। বিভিন্ন অঞ্চলৰ মানুহে কিয় বিভিন্ন সাজ-পাৰ পৰিধান কৰে?
উত্তৰঃ

৫। মানুহৰ বাসস্হানসমুহ ঠাইভেদে বেলেগ বেলেগ হয়। ইয়াৰ কাৰণসমুহ শিক্ষকৰ লগত আলোচনা কৰি লিখা।উত্তৰঃ 

৬। খালী ঠাই পূৰ কৰা –
(ক) আমাৰ শৰীৰৰ বৃদ্ধি আৰু পুষ্টিৰ বাবে আমি খাদ্য আৰু পানী গ্ৰহণ কৰোঁ।
(খ) মানুহে জীয়াই থকাৰ বাবে দিনটোত দুবেলা নিয়মীয়া ভাবে খোৱা আহাৰক মূল আহাৰ বা প্ৰধান আহাৰ বুলি কোৱা হয়।
(গ) শীত, তাপ, ৰ’দ, ধূলি-মাকতি আদিৰ পৰা ৰক্ষা পাবলৈ আৰু লজ্জা নিবাৰণৰ বাবে মানুহক সাজপাৰ ৰ প্ৰয়োজন হয়।
(ঘ) সাজ-পাৰ মানুহৰ ৰুচিবোধ আৰু ব্যক্তিত্বক দাঙি ধৰে।
(ঙ) বাসস্থান বা ঘৰে মানুহক প্ৰাকৃতিক বিপদৰ পৰা ৰক্ষা কৰি আশ্ৰয় নিৰাপত্তা আৰু বিশ্ৰাম প্ৰদান কৰে।
(চ) উত্তৰ পূব ভাৰতৰ পাৰ্বত্য এলেকাৰ লোকসকলে সাধাৰণতে বনৰীয়া জীৱ-জন্ত, সৰীসৃপ আদিৰ পৰা ৰক্ষা পাবলৈ চাঙঘৰ সাজে।

৭। শুদ্ধ-অশুদ্ধ নিৰ্ণয় কৰা-

(ক) পৃথিৱীৰ সকলো ঠাইৰে মানুহৰ প্ৰধান আহাৰ ভাত।উত্তৰঃ অশুদ্ধ।

(খ) দিনটোত দুবেলা নিয়মীয়াভাবে খোৱা আহাৰক উপ আহাৰ বোলে।

উত্তৰঃ অশুদ্ধ।

(গ) সাজ-পাৰ অবিহনে সভ্য জীৱন-যাপন সম্ভৱ নহয়।

উত্তৰঃ শুদ্ধ।

(ঘ) গ্ৰীষ্মপ্ৰধান অঞ্চলত কপাহী কাপোৰৰ প্ৰচলন কম।

উত্তৰঃ অশুদ্ধ

(ঙ) মৰুভূমি অঞ্চলৰ মানুহে ঈগলু সাজি বসবাস কৰে।

উত্তৰঃ অশুদ্ধ।

(চ) উত্তৰ-পূব ভাৰতৰ পাৰ্বত্য এলেকাত চাংঘৰ দেখা যায়।

উত্তৰঃ শুদ্ধ।