উদ্ভিদৰ বিষয়ে জানো আহা । Lesson 7 | Class 6 General Science Lesson 7 Question and Answer Assam | SCERT Class 6 G.Science Chapter 7 Solution | ষষ্ঠ মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৭ উদ্ভিদৰ বিষয়ে জানো আহা পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

উদ্ভিদৰ বিষয়ে জানো আহা

১) তলৰ বাক্যবোৰত থকা ভূল তথ্য শুদ্ধ কৰা আকৌ পুনৰ তোমালোকৰ টোকাবহীত লিখা।
(ক) কাণ্ডই মাটিৰ পৰা পানী আৰু খনিজ পদাৰ্থ শোষন কৰে।

উত্তৰঃ শিপাই মাটিৰ পৰা পানী আৰু খনিজ পদাৰ্থ শোষন কৰে।

(খ) পাতে গছক থিয় কৰি ৰাখে।

উত্তৰঃ গা-গছে গছক থিয় কৰি ৰাখে।

(গ) শিপাই পাতলৈ পানী পৰিৱহন কৰে।

উত্তৰঃ কাণ্ডই পাতলৈ পানী পৰিৱহন কৰে।

(ঘ) এপাহ ফুলত সদায় সমান সংখ্যক বেটুপাত আৰু পাহি থাকে।

উত্তৰঃ এপাহ ফুলৰ অংশবোৰ হৈছে বেটুপাত, পাহি, পুংকেশৰ আৰু গৰ্ভকেশৰ।

(ঙ) যদিহে এপাহ ফুলৰ বেটুপাত সংলগ্ন তেতিয়াহ’লে পাহিবোৰ সংলগ্ন হৈ থাকে।

উত্তৰঃ যদিহে এপাহ ফুলৰ বেটুপাত সংলগ্ন তেতিয়াহ’লে পাহিবোৰ সংলগ্ন হৈ নাথাকিবও পাৰে।

চ) যদি এপাহ ফুলৰ পাহিবোৰ সংলগ্ন তেতিয়াহ’লে গৰ্ভকেশৰো পাহিৰ সংলগ্ন হৈ থাকে ।

উত্তৰঃ এপাহ ফুলৰ পাহিবোৰ সংলগ্ন হ’লেও গৰ্ভকেশৰ পাহিৰ লগত সংলগ্ন হৈ নাথাকে।

২। তালিকা ৭.৩ ত অধ্যয়ন কৰা অনুসৰি অংকণ কৰা-

উত্তৰঃ (ক) এখিলা পাত (খ) এথোপা মুখ্য়মূল আৰু (গ) এপাহ ফুল।

উত্তৰঃ (ক) এখিলা পাত

(খ) এথোপা মুখ্য়মূল


(গ) 



৩) তোমালোকৰ ওচৰে-পাজৰে দীঘল কিন্তু দুৰ্বল কাণ্ড থকা উদ্ভিদ দেখা পাইছানে? ইয়াৰ নাম লিখা তোমালোকে ইয়াক কোন শ্ৰেণীত ভাগ কৰিবা।

উত্তৰঃ 

৪। উদ্ভিদৰ কাণ্ডৰ কাম কি?

উত্তৰঃ 

৫। তলৰ কোনবোৰ পাতত জাল সিৰাবিন্যাস দেখিবলৈ পোৱা যায়? ঘেঁহু, তুলসী, গোমধান, ঘাঁহ, ধনীয়া, জৱাফুল।উত্তৰঃ 

৬। যদি এজোপা উদ্ভিদৰ শিপাবোৰ গুচ্চমূলযুক্ত হয় তেতিয়াহ’লে তুমি এই উদ্ভিদজোপাৰ সিৰাবিন্যাস কেনেকুৱা দেখিবলৈ পাবা।

উত্তৰঃ 

৭। যদি এজোপা উদ্ভিদৰ পাত জাল সিৰাবিন্যাসযুক্ত হয় তেতিয়াহ’লে ইয়াৰ শিপা কোন প্ৰকাৰৰ হ’ব ।

উত্তৰঃ

৮) এখিলা কাগজত থকা পাতৰ সাঁচ চাই গছজোপাত মূখ্যমূল আছেনে গুচ্ছমূল আছে কোৱাতো তোমাৰ পক্ষে সম্ভৱপৰ হ’বনে ?
উত্তৰঃ

৯) ফুলৰ বিভিন্ন অংশৰ নাম লিখা ।

উত্তৰঃ পাহি, পুংকেশৰ, পৰাগধানী, গৰ্ভাশয়, গৰ্ভকেশৰ, পৰাগৰেণু আৰু গৰ্ভমুণ্ড।

১০) তলত দিয়া কোনবোৰ উদ্ভিদ তোমালোকে দেখিছা? তাৰ ভিতৰত কোনবোৰত ফুল আছে? ঘাঁহ, গুমধান, ঘেঁহু, জলকীয়া, বিলাহী, তুলসী, বট, শিশু, আঁহত, আম, মধুৰিয়াম, ডালিম, জামু, অমিতা, কল, নেমুটেঙা, কুঁহিয়াৰ,আলু, বাদাম।

উত্তৰঃ 

১১। উদ্ভিদৰ কোন অংশই খাদ্য প্ৰস্তুত কৰে? প্ৰক্ৰিয়াতোৰ নাম লিখা।

উত্তৰঃ

১২। ফুলৰ কোন অংশত তোমালোকে গৰ্ভাশয় দেখা পোৱা?

উত্তৰঃ 

১৩। বেটুপাত সংলগ্ন আৰু পৃথককৈ থকা দুবিদ ফুলৰ নাম লিখা।

উত্তৰঃ