উন্নত জীৱনৰ প্ৰয়োজনসমূহ (আমাৰ ব্যক্তিগত আৰু সামাজিক প্ৰয়োজন)। অধ্যায় ১৮ । Class 6 Social Science Lesson 18 Question and Answer Assam | SCERT Class 6 S.Science Chapter 18 Solution | ষষ্ঠ মান শ্ৰণীৰ সমাজ বিজ্ঞান অধ্যায় ১৮ প্ৰশ্ন আৰু উত্তৰ ।

উন্নত জীৱনৰ প্ৰয়োজনসমূহ (আমাৰ ব্যক্তিগত আৰু সামাজিক প্ৰয়োজন)

১। মানুহৰ প্ৰয়োজনসমুহক প্ৰধানকৈ কেইভাগত ভগাব পাৰি আৰু কি কি উদাসৰণসহ লিখা।

উত্তৰঃ

২। মানুহৰ জীৱন-ধাৰণৰ মান উন্নয়নত ব্যক্তিগত সামগ্ৰীসমূহে কেনে দৰে সহায় কৰে শিক্ষকৰ সৈতে আলোচনা কৰি লিখা।

উত্তৰঃ

৩। প্ৰদূষণমুক্ত পৰিৱেশৰ বাবে তুমি কি কি ব্যৱস্থা হাতত লবা ?

উত্তৰঃ

৪। শিক্ষানুষ্ঠানৰ পৰা তোমালোকে কেনেদৰে উপকৃত হ’ব পাৰিছা বহলাই লিখা।

উত্তৰঃ

৫। শুদ্ধ-অশুদ্ধ নিৰ্ণয় কৰা-
(ক) সুখ, সমৃদ্ধি আৰু সুস্থ জীৱনৰ বাবে মৌলিক প্ৰয়োজনীয় বস্তুৰ বাহিৰে আন কোনো বস্তুৰে প্ৰয়োজন নহয়।

উত্তৰঃ অশুদ্ধ।

(খ) আদিম যুগৰ মানুহে সূতাৰে তৈয়াৰী সাজ-পাৰ পৰিধান কৰিছিল।

উত্তৰঃ অশুদ্ধ।

(গ) জীৱন-ধাৰণৰ প্ৰণালীক উন্নত কৰাৰ বাবে মানুহৰ প্ৰয়োজনৰ সীমা দিনক দিনে বৃদ্ধি হয়।

উত্তৰঃ শুদ্ধ

(ঘ) পুথিভঁৰাল জনস্বাস্হ্য বিভাগৰ অন্তৰ্গত বিষয় ।

উত্তৰঃ অশুদ্ধ।

(ঙ) প্ৰদূষণমুক্ত পৰিৱেশৰ বাবে বৃক্ষৰোপণৰ প্ৰয়োজনীয়তা আছে।

উত্তৰঃ শুদ্ধ।

(চ) সামাজিক প্ৰয়োজন হিচাপে মানৱীয় গুণৰাজিৰ কোনো আৱশ্যকতা নাই ।

উত্তৰঃ অশুদ্ধ।