দেহৰ চলন । অধ্যায় ৮ । Class 6 General Science Lesson 8 Question and Answer Assam | SCERT Class 6 G.Science Lesson 8 Question and Answer Assam | ষষ্ঠ মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৮ দেহৰ চলন পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

দেহৰ চলন

১। খালী ঠাই পূৰ কৰা-

(ক) হাড়ৰ সন্ধিয়ে দেহৰ চলনত সহায় কৰে।

(খ) হাড় বা অস্থি আৰু উপাস্থি একেলগ হৈ দেহৰ জঁকা গঠন কৰে।

(গ) কিলাকুটিৰ হাড় কব্জা সন্ধিৰ দ্বাৰা যোৰা লাগি আছে।

ঘ)  পেশীয়ে  সংকোচনৰ বাবে হাড়ক চলনৰ সময়ত টানে।

২। তলৰ বাক্যসমূহৰ মাজৰ পৰা সত্য আৰু অসত্য চিনাক্ত কৰা-

(ক) সকলো প্ৰাণীৰে চলাচল আৰু গমন প্ৰায়ে একে ǀ

উত্তৰঃ অসত্য।

খ) কোমলাস্থিবোৰ হাড়তকৈ টান ǀ

উত্তৰঃ অসত্য।

৩) স্তম্ভ ১ৰ কথাৰ লগত স্তম্ভ ২ৰ এক বা অধিক কথাৰ লগত মিলোৱা

স্তম্ভ ১স্তম্ভ ২
উৰ্দ্ধ হনুমাছকামিহাড়কুমজেলেকুৱাপঁইতাচোৰাশৰীৰত পাখি আছেবহিঃ জকা আছেবতাহত উৰিব পাৰেলৰচৰ কৰিব নোৱাৰা সন্ধিকলিজাক ৰক্ষণাবেক্ষণ দিয়েধীৰ গতিত চলন দেখায়ধাৰা অপ্ৰতিৰোধী শৰীৰ

উত্তৰ সমূহঃ

        উৰ্দ্ধ হনু – লৰচৰ কৰিব নোৱাৰা সন্ধি

        মাছ – ধাৰা অপ্ৰতিৰোধী শৰীৰ

        কামিহাড় – কলিজাক ৰক্ষণাবেক্ষণ দিয়ে

        কুমজেলেকুৱা – ধীৰ গতিত চলন দেখায়

        পঁইতাচোৰা – শৰীৰত পাখি আছে

                           – বতাহত উৰিব পাৰে

                           – বহিঃ জকা আছে

৪) তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া-

(ক) বল আৰু চকেট সন্ধি কি?

উত্তৰঃ শৰীৰৰ থকা কিছুমান হাড় এনেকুৱা অৱস্থাত দেখা যায়- এডাল হাড়ৰ এটা ঘূৰণীয়া মূৰটো আন এডাল হাড়ৰ গোলাকৃতিৰ গাতত সোমাই থাকে। এনেকুৱা সন্ধিত হাড়ডাল চাৰিওফালে ঘূৰিব পাৰে। ইয়াকে বল আৰু চকেট সন্ধি বোলে।

খ) লাওখোলাৰ কোনবোৰ হাড় লৰচৰ কৰে?

উত্তৰঃ লাওখোলাৰ কোমলাস্থিৰে গঠিত হোৱা অংশবোৰ লৰচৰ কৰে।

(গ) আমি কিলাকুটিবোৰ কিয় পিছফালে ঘূৰাব নোৱাৰোঁ?