দ্ৰব্যৰ পৃথকীকৰণ । অধ্যায় ৫ । Class 6 General Science Lesson 5 Question and Answer Assam | SCERT Class 6 G.Science Chapter 5 Solution | ষষ্ঠ মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৫ দ্ৰব্যৰ পৃথকীকৰণ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

দ্ৰব্যৰ পৃথকীকৰণ

১। মিশ্রণত থকা উপাদানসমূহ পৃথক কৰা কিয় প্রয়োজন? দুটা উদাহৰণ দিয়া।

উত্তৰঃ 

২। জৰা প্রক্রিয়া কি? এই প্রক্রিয়াটো কিহত প্রয়োগ হয়?

উত্তৰঃ 

৩ । দোকানৰ পৰা কিনি অনা দাইলত থকা বাকলি নাইবা মলিৰ কণিকাবোৰ ৰন্ধাৰ আগতে তোমালোকে কেনেকৈ পৃথক কৰিবা?
উত্তৰঃ 

৪ । চালনীৰে চলা প্রক্রিয়া কি? ইয়াক কিহত প্রয়োগ কৰা হয়?

উত্তৰঃ 

৫ । বালি আৰু পানীক ইহঁতৰ মিশ্ৰণৰ পৰা কেনেকৈ পৃথক কৰিবা?
উত্তৰঃ 

৬ । আটা গুড়িৰ লগত মিহলি হৈ থকা চেনি পৃথক কৰা সম্ভৱনে? যদি সম্ভৱ, তেনেহ’লে কেনেকৈ পৃথক কৰিবা?
উত্তৰঃ 

৭ । বোকাময় পানীৰ নমুনা এটাৰ পৰা পৰিষ্কাৰ পানী কেনেকৈ পাবা?

উত্তৰঃ 
৮। খালী ঠাই পূৰ কৰা—
(ক) ধান গছৰ ঠাৰিৰ পৰা ইয়াৰ গুটি পৃথক কৰা পদ্ধতিটোক মৰণা মৰা বোলা হয়।
(খ) গাখীৰ উতলাই, ঠাণ্ডা কৰি যেতিয়া এখন কাপোৰ ওপৰত ঢালি দিয়া হয়, তেতিয়া সৰখিনি ইয়াৰ ওপৰত ৰৈ যায়। গাখীৰৰ পৰা সৰ পৃথক কৰাটো পৰিস্ৰাবন প্ৰক্ৰিয়াৰ এটা উদাহৰণ।
(গ) সাগৰৰ পানীৰ পৰা নিমখ বাষ্পীভৱন প্রক্রিয়াৰে আহৰণ কৰা হয়।
(ঘ) বোকাময় পানী গোটেই ৰাতি এটা বাল্টিত থৈ দিয়াত অশুদ্ধিবোৰ তলিত গোট খালে। ওপৰৰ পৰিষ্কাৰ পানীখিনি পাছত বাকি দিয়া হ’ল। এইক্ষেত্ৰত প্রয়োগ হোৱা পৃথকীকৰণৰ প্ৰক্ৰিয়াটোক  আস্ৰাৱণ বোলা হয়।

৯। শুদ্ধ নে অশুদ্ধ –
(ক) গাখীৰ আৰু পানীৰ মিশ্ৰণ পৰিস্ৰাৱণৰ দ্বাৰা পৃথক কৰিব পাৰি ।উত্তৰঃ অশুদ্ধ।
(খ) নিমখ আৰু চেনিৰ গুড়িৰ মিশ্রণ জৰা প্রক্রিয়াৰ দ্বাৰা পৃথক কৰিব পাৰি।উত্তৰঃ অশুদ্ধ।
(গ) চাহৰ পৰা চেনি পৰিস্ৰাৱণ প্রক্রিয়াৰ দ্বাৰা পৃথক কৰিব পাৰি।উত্তৰঃ অশুদ্ধ।
(ঘ) শস্য আৰু ইয়াৰ বাকলি আস্ৰাৱণ প্রক্রিয়াৰ দ্বাৰা পৃথক কৰিব পাৰি।উত্তৰঃ অশুদ্ধ।

১০। পানীত নেমুৰ ৰস আৰু চেনি মিহলি কৰি নেমুৰ চৰবত প্ৰস্তুত কৰা হয়। তোমালোকে এই চৰবত ঠাণ্ডা কৰিবলৈ ইয়াত বৰফ মিহলাব বিচাৰিছা। চেনিখিনি দ্ৰৱীভূত কৰাৰ আগত নে পাছত বৰফখিনি দিয়া উচিত?

উত্তৰঃ