পানী । অধ্যায় ১৪ । Class 6 General Science Lesson 14 Question and Answer Assam | SCERT Class 6 General Science Chapter 14 Solution | ষষ্ঠ মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৪ পানী পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

পানী

১। তলত দিয়াবোৰৰ খালী ঠাই পূৰ কৰা-

(ক)পানী ভাপলৈ পৰিবৰ্তন হোৱা প্ৰক্ৰিয়াটোক বাষ্পীভৱন বোলে।

(খ) জলীয়ভাপ পানীলৈ  পৰিবৰ্তন হোৱা প্ৰক্ৰিয়াটোক ঘনীভৱন বোলে।

(গ) এবছৰ বা তাতকৈ বেছিদিন বৰষুণ নহ’লে অঞ্চলটোত খৰাং হ’ব পাৰে।

(ঘ) অত্যাধিক বৰষুণে বানপানীৰ সৃষ্টি কৰিব পাৰে।

২। তলত দিয়াবোৰ বাষ্পীভৱন নে ঘনীভৱনৰ কাৰণে হৈছে লিখা-(ক) তিতা কাপোৰ ইস্ত্ৰী কৰোঁতে ওলোৱা ভাপ

উত্তৰঃ বাষ্পীভৱন।

(খ)শীতকালিৰ ৰাতিপুৱা ওলোৱা কুঁৱলী।

উত্তৰঃ ঘনীভৱন।

(গ)মচাৰ পিছত ব্লেক বোৰ্ড শুকাই যায় ǀ

উত্তৰঃ বাষ্পীভৱন।

(ঘ)পানী ছটিয়ালে উত্তপ্ত তাৱাৰ পৰা ওলোৱা ভাপ

উত্তৰঃ বাষ্পীভৱন।

৩) তলৰ কোনবোৰ উক্তি শুদ্ধ?

(ক) মৌছুমী ঋতুৰ সময়তহে বায়ুত জলীয়ভাপ থাকে।

উত্তৰঃ অশুদ্ধ।

(খ) পানী মহাসাগৰ, নদী আৰু হ্ৰদৰ পৰাহে বাষ্পীভৱন হয়, কিন্তু মাটিৰ পৰা নহয়।

উত্তৰঃ অশুদ্ধ।

(গ)পানী জলীয় ভাপলৈ পৰিবৰ্তন হোৱা প্ৰক্ৰিয়াক বাষ্পীভৱন বোলে।

উত্তৰঃ শুদ্ধ।

(ঘ)কেৱল সূৰ্যৰ পোহৰতহে পানীৰ বাষ্পীভৱন হয়।

উত্তৰঃ অশুদ্ধ।

(ঙ)বায়ুৰ ওপৰৰ স্তৰত, য’ত ই অধিক চেঁচা তাত জলীয়বাপ ঘনীভূত হৈ  অতিশয় ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ টোপালৰ সৃষ্টি কৰে।

উত্তৰঃ শুদ্ধ।

৪। ধৰা হওঁক তুমি তোমাৰ বিদ্যালয়ৰ ইউনিফৰ্ম সোনকালে শুকুৱাব বিচাৰিছা  অঙঠাৰ চুলা বা হিটাৰৰ ওচৰত ইউনিফৰ্মযোৰ মেলি দিয়াটোৱে সহায় কৰিবনে? যদি কৰে, কেনেকৈ?

উত্তৰঃ 

৫। ৰেফ্ৰিজাৰেটৰৰ পৰা এটা ঠাণ্ডা পানীৰ বটল উলিওৱা আৰু এইটো মেজ এখনৰ ওপৰত ৰাখা। কিছু সময়ৰ পিছত ইয়াৰ চাৰিওফালে  কিছুমান পানীৰ টোপাল দেখা পাবা। কিয় বাৰু?

উত্তৰঃ 

৬। চশমা চফা কৰোঁতে মানুহে প্ৰায়েই ইয়াৰ কাচখন সেমেকাবলৈ কাচৰ ওপৰত নিশাহ এৰি দিয়ে। কাচ দুখন কিয় সেমেকি উঠে বাখ্যা কৰা?

উত্তৰঃ

৭। ডাৱৰ কেনেকৈ সৃষ্টি হয়?

উত্তৰঃ

৮) কেতিয়া খৰাং হয়?

উত্তৰঃ