পোহৰ, ছাঁ আৰু প্ৰতিফলন । অধ্যায় ১১ । Class 6 General Science Lesson 11 Question and Answer Assam | SCERT Class 6 G.Science Chapter 11 Solution | ষষ্ঠ মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১১ পোহৰ, ছাঁ আৰু প্ৰতিফলন পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

পোহৰ, ছাঁ আৰু প্ৰতিফলন

১। অস্বচ্ছ বস্তুৰ বিষয়ে বুজি পাবলৈ তলৰ বাকচৰ আখৰবোৰ পুনৰ সজাই এটা বাক্য় বনোৱা।

স্বৰেৰেছাঁসৃস্তুবোষ্টিচ্ছ

উত্তৰঃ 

স্বচ্ছ ব স্তুবোৰেছাঁসৃষ্টিৰে

২। তলত দিয়া বস্তু বা সঁজুলিবোৰ অস্বচ্ছ, স্বচ্ছ, ঈষৎ স্বচ্ছ আৰু দীপ্তিমান বা দীপ্তিহীন এইদৰে শ্ৰেণীবিভাগ কৰা-বায়ু, পানী, এটুকুৰা শিলগুটি, এচটা এলুমিনিয়াম, এখন দাপোণ, এখন কাঠৰ ব’ৰ্ড, এচটা পলিথিন, এখন চি.ডি.(C.D.), ধোৱা, এখন সমতল আইনা, কুঁৱলী, ৰঙাকৈ গৰম কৰা এটুকুৰা লো, এটা ছাতি, এটা জ্বলি থকা টিউব লাইট, এখন বেৰ এখিলা কাৰ্বন পেপাৰ, গেছ বাৰ্ণাৰৰ শিখা, এখন কাৰ্ডব’ৰ্ড, এটা জ্বলি থকা টৰ্চ, এখন ছেলফেন(পেপাৰ), এখন তাঁৰৰ জালি, কেৰাচিনৰ ষ্ট’ভ, সূৰ্য, জোনাকী পৰুৱা, চন্দ্ৰ।

উত্তৰঃ 

৪। এটা সম্পূৰ্ণ অন্ধকাৰ কোঠাত যদি তুমি তোমাৰ সন্মুখত দাপোণখন ধৰা, তেতিয়া দাপোণখনত তোমাৰ প্ৰতিবিম্ব দেখা পাবানে?

উত্তৰঃ