মহাজনপদ । অধ্যায় ১৪ । Class 6 Social Science Lesson 14 Question and Answer Assam | SCERT Class 6 S.Science Chapter 14 Solution | Assamese Medium Class 6 Social Science Lesson 14 Answer | ষষ্ঠ মান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ১৪ মহাজনপদ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

মহাজনপদ

১। সঁচা মিছা নিৰ্ণয় কৰা-

(ক) পুৰাতত্ত্ববিদসকলে খনন কাৰ্যৰ দ্বাৰা জনপদসমূহৰ বিষয়ে তথ্য লাভ কৰিছিল।

উত্তৰঃ সঁচা।

(খ) জনপদৰ দিনত বিভিন্ন ৰঙৰ মাটিৰ প্ৰাত্ৰ তৈয়াৰ কৰা হৈছিল।

উত্তৰঃ সঁচা।

(গ) মহাজনপদৰ সময়ত লোৰ ব্যৱহাৰ হোৱা নাছিল।

উত্তৰঃ মিছা ।

(ঘ) মহাজনপদৰ দিনত শস্যৰ ওপৰত ১/৬ অংশ কৰ নিৰ্ধাৰণ কৰা হৈছিল।

উত্তৰঃ মিছা।

(ঙ) মহাজনপদসমূহ সমগ্ৰ ভাৰততে সিঁচৰতি হৈ আছিল।

উত্তৰঃ সঁচা।

২। শুদ্ধ উত্তৰটো বাছি উলিওৱা-

(ক) তলৰ কোনখন মহাজনপদত ৰাজতন্ত্ৰ নাছিল ?

১) মগধ, ২) লিচ্ছবী, ৩) অঙ্গ, ৪) অৱন্ত।

উত্তৰঃ মগধ।

(খ) মগধ ৰাজ্যৰ কাষতে থকা নদীখন হ’ল।

১) গংগা, ২) যমুনা, ৩) কোশী, ৪) মহানদী ।

উত্তৰঃ গংগা।

(গ) তলৰ কোন খন ঠাই ষোল্লমহাজনপদৰ অন্তৰ্ভুক্ত নহয়?

১) কোশল, ২) বতস, ৩) হস্তিনাপুৰ, ৪) অৱন্তী।

উত্তৰঃ বতস।

(ঘ) কোন বৃত্তিৰ লোক মহাজনপদসমূহত নাছিল?

১) বাঢ়ৈ, ২) কুমাৰ, ৩) শিপিনী, ৪) পেছাদাৰী স্থপতি।

উত্তৰঃ পেছাদাৰী স্থপতি।

(ঙ) কোনজন ৰজাৰ দিনত মগধ সাম্ৰাজ্যত পৰিণত হৈছিল?

১) বিম্বিসাৰ, ২) অজাতশত্ৰু, ৩) মহাপদ্মনন্দ, ৪) চন্দগুপ্ত মৌৰ্য।

উত্তৰঃ চন্দগুপ্ত মৌৰ্য।

৩। উত্তৰ লিখা-

(ক) মহাজনপদৰ দিনত কি উপায়েৰে খাদ্য শস্যৰ উৎপাদন বঢ়োৱা হৈছিল?

উত্তৰঃ মহাজনপদৰ দিনত উন্নত ধৰণৰ লোৰে তৈয়াৰী সা-সঁজুলী ব্যৱহাৰ কৰি আৰু বীজ সিঁচি, পুলি ৰোপণ কৰি অধিক শস্য উৎপাদন কৰিছিল।

(খ) ৰাজন পদৰ নিৰ্বাচন কোনে কৰিছিল?

উত্তৰঃ আৰ্যসকলে।

(গ) মহাজনপদৰ ৰজাসকলে কিয় দুৰ্গ নিৰ্মান কৰিছিল?

উত্তৰঃ আনৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ, নিজৰ প্ৰতিপত্তি বজাই ৰাখিবলৈ মহাজনপদৰ ৰজা সকলে দুৰ্গ নিৰ্মাণ কৰিছিল।

(ঘ) মগধ শক্তিশালী হোৱাৰ মূল কাৰণবোৰ কি আছিল?

উত্তৰঃ 

(ঙ) মহাজনপদৰ দিনত লিপিক বিশেষকৈ কি কি কামত ব্যৱহাৰ কৰিছিল?

উত্তৰঃ 

JK