কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ উত্তৰ লিখা- ক) কেন্দ্ৰীয় চৰকাৰৰ ভাগ কেইটা আৰু কি কি? উত্তৰঃ কেন্দ্ৰীয় চৰকাৰৰ ভাগ তিনিটা- ১) বিধানমণ্ডল, ২) কাৰ্যপালিকা, ৩) ন্যায়পালিকা। খ) লোকসভা আৰু ৰাজ্যসভাৰ আন দুটা নাম লিখা। উত্তৰঃ লোকসভা-নিম্নসদন ৰাজ্যসভা- উচ্চসদন গ) লোকসভা আৰু ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কিমান ? উত্তৰঃ লোকসভাৰ সদস্য সংখ্যা হৈছে- ৫৪৫ জন। ৰাজ্যসভাৰ সদস্য সংখ্যা হৈছে- ২৫০ জন। ঘ) প্ৰধানমন্ত্ৰী…