পৰিস্থিতি তন্ত্ৰ।অধ্যায় ২। Class 5 Environment Lesson 2 Question and Answer Assam | SCERT Class 5 Environment Chapter 2 Solution |পঞ্চম মান শ্ৰেণীৰ পৰিৱেশৰ অধ্যায় ২পৰিস্থিতি তন্ত্ৰ নামৰ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ।

পৰিস্থিতি তন্ত্ৰ

১) উত্তৰ লিখা

ক) পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানবোৰ কি কি ?

উত্তৰঃ-

খ) উদ্ভিদক উৎপাদক বুলি কোৱা হয় ?

উত্তৰঃ-

গ) উপভোক্তা কেইপ্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ-

ঘ) বিয়োজকে আমাক কিদৰে সহায় কৰে্ ?

উত্তৰঃ-

ঙ) তিনিটা পৰিস্থিতি তন্ত্ৰৰ নাম লিখা ।

উত্তৰঃ-

২) খালী ঠাই পূৰ কৰা ।

ক) শামুক হল _______উপভোক্তা ।

খ)এটাতকৈ অধিক _______ মলি খাদ্যজালৰ সৃষ্টি হয়।

গ) শেন হল _______ শ্ৰেণীৰ উপভোক্তা।

ঘ)খাদ্যজালত এটাইতকৈ _______ খাদ্যশৃংখল থাকে।

৩) শুদ্ধ উত্তৰ বাছি উলিওৱা-

ক) খাদ্যশংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ/প্ৰাণী/অনুজীৱ থাকে।

খ) বিয়োজকে/উৎপাদকে /উপভক্তাই খাদ্য প্ৰস্তুত কৰে।

গ) উৎপাদকে/বিয়োজকে/উপভোক্তাই মৃতদেহ গেলি পচি যোৱাত সহায় কৰে ।

৪)খাদ্যশৃংখল কি ?উদাহৰণেৰে সৈতে বুজাই লিখাঁ।

৫)পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ হয়নে যুক্তি সহাকাৰে বুজাই লিখাঁ ।

৬)সালোক সংশ্লেষন বুলিলে কি বুজা ?

উত্তৰঃ-

৭)পাৰ্থক্য লিখাঁ-

ক) উৎপাদক আৰু বিয়োজক।

খ)তৃণভোজী আৰু মাংসভোজী প্ৰাণী

গ) খাদ্যশৃংখল আৰু খাদ্যজাল।

৮) পৰিস্থিতি তন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গলে কি হব ?

উত্তৰঃ-

৯)খাদ্যজালৰ কি সৃষ্টি হয়?

উত্তৰঃ-

১০) মাটিত পৰি থকা মৃত জীৱবোৰ কি গেলি পচি যায় ?

উত্তৰঃ-

Type-Arup Koch