সম্পদৰ সংৰক্ষণ ।অধ্যায় ৫।Class 5 Environment Lesson 5 Question and Answer Assam | SCERT Class 5 Environment Chapter 5 Solution |পঞ্চম মান শ্ৰেণীৰ পৰিৱেশৰ অধ্যায় ৫ সম্পৰ সংৰক্ষণ নামৰ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ।

সম্পদৰ সংৰক্ষণ

অনুশীলনী

১) উত্তৰ লিখা-

ক) বন্যপ্ৰাণী আৱাসথলীত কোন তিনিটা উপাদান থকা বিশেষ প্ৰয়োজন ?

উত্তৰঃ-

খ) প্ৰাকৃতিক বিশ্ব ঐতিহ্যৰ স্থান পোৱা অসমৰ ৰাষ্ট্ৰীয় উদ্যান দুখনৰ নাম কি কি ?

উত্তৰঃ-

গ) মানুহ আৰু বণ্যপ্ৰাণীৰ সংঘাতৰ তিনিটা কাৰণ উল্লেখ কৰা ।

উত্তৰ-

ঘ) ব্যাঘ্ৰ প্ৰকল্প থকা দুখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখাঁ।

উত্তৰঃ-

ঙ) অসমৰ বনাঞ্চলত থকা চাৰিবিধ বিৰল প্ৰজাতিৰ প্ৰাণীৰ নাম উল্লেখ কৰা।

উত্তৰঃ-

২) ক অংশৰ লগত খ অংশ মিলোৱা-

পাহাৰৰ হাবি-বন কাটি
উদ্ভিদ উদ্যানত
অভয়াৰণ্যত
মৰিছাছ দ্বীপত
বিভিন্ন প্ৰজাতিৰ উদ্ভিদ সংৰক্ষনকৰা হয়
জুম খেতি কৰা হয়।
দ’দ চৰাই আছিল
বণ্যপ্ৰাণীবোৰে মুক্তভাৱে বিচৰন কৰি পুৰিব পাৰে।

৩) খালী ঠাই পূৰ কৰা-

ক) ২১ মাৰ্চ দিনতো ______________ হিচাপে পালন কৰা হয়।

খ) গুৱাহাটীৰ চিৰিয়াখানাত ______________আছে।

গ) মানুহ আৰু বণ্যপ্ৰাণীৰ সংঘাটৰ বাবে __________প্ৰকৃততে দোষী।

ঘ) ডিব্ৰু-চৈখোৱা এখন _________।

ঙ) সংৰক্ষিত বনাঞ্চলবোৰ চাবলৈ অহা পৰ্যটকৰ পৰা চৰকাৰে ____________সংগ্ৰহ কৰে ।

৪) চমু উত্তৰ দিয়া-।

ক) বন্যপ্ৰানী সপ্তাহৰ বছৰৰ কোনটো মাহত পালন কৰা হয়?

উত্তৰঃ-

খ) ৰাষ্টীয় উদ্যানৰ কোনটো ভাগত পৰ্যটকৰ বাবে দৰ্শনৰ ব্যৱস্থা থাকে?

উত্তৰ-

গ) জৈৱ-বৈচিত্ৰ দিৱস কোন তাৰিখে পালন কৰা হয়?

উত্তৰঃ-

ঘ) দ’দ চৰাইৰ লগত কোনবিধ উদ্ভিদ পৃথিৱীৰ পৰা একেলগে বিলুপ্ত হৈ গ’ল?

উত্তৰঃ-

৫) চমুটোকা লিখাঁ।

ক) অভয়াৰণ্য খ) সংৰক্ষিত বনাঞ্চল গ) উদ্ভিদ উদ্যান ঘ) ৰাষ্টীয় উদ্যান