অসমৰ সংস্কৃতি।অধ্যায় ৩। Class 5 Environment Lesson 3 Question and Answer Assam | SCERT Class 5 Environment Chapter 3 Solution | পঞ্চম মান শ্ৰেণীৰ পৰিৱেশৰ অধ্যায় ৩অসমৰ সংস্কৃতি নামৰ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ।

অসমৰ সংস্কৃতি

অনুশীলনী

১) উত্তৰ লিখা-

ক) অসমত বাস কৰা জনজাতিসকলৰ নাম লিখা।

উত্তৰঃ-

খ) কিছুমান আ-অলংকাৰৰ নাম লিখা।

উত্তৰঃ-

গ) তিনিটা নৃত্যৰ নাম লিখাঁ।

উত্তৰঃ-

ঘ) প্ৰাচীনকালত অসমলৈ অহা তিনিটা জনগোষ্ঠীৰ নাম লিখাঁ ?

উত্তৰঃ-

ঙ) চাউলৰ পৰা তৈয়াৰ কৰা চাৰিবিধ খাদ্যবস্তুৰ নাম লিখাঁ।

উত্তৰঃ-

২। ক অংশৰ লগত খ অংশ মিলোৱা

বড়ো
ডিমাছা
কাৰ্বি
অসমীয়া
ৰিগু
ৰিজাম্ফাই
পিনি
মেখেলা
দখনা

৩) খালী ঠাই পূৰ কৰা-

ক) খেৰাই পূজা ______________ সকলে পালন কৰা উৎসৱ।

খ) কাৰ্বিসকলৰ ঘাই উৎসৱ ____________আৰু __________|

গ) মিচিংসকলে_____________পালন কৰে।

ঘ)ডিমাছাসকলৰ ঘাই উৎসৱ হৈছে__________আৰু __________|

৪) অসমীয়া সংস্কৃতি বুলিলে কি বুজা ?

উত্তৰঃ-

৫)অসমীয়া সংস্কৃতিক অধিক শক্তিশালী ৰুপত গঢ়ি তোলা মহাপুৰুষ গৰাকীৰ নাম কি ?মহাপুৰুষ গৰাকীয়ে অসমীয়া সংস্কৃতিত আগবঢ়োৱা অৱদানসমূহ কি কি ?

উত্তৰঃ-

৬) চমু টোকা লিখাঁ-

ক) উৎসৱ-পাৰ্বন খ) বাদ্যযন্ত্ৰ গ) নৃত্য-গীত ঘ)ৰীতি-নীতি

৭) এখন শৰাইৰ ছবি আঁকা ।

Type Arup Koch