আমাৰ সামাজিক সমস্যা।অধ্যায় ৯।Class 5 Environment Lesson 9 Question and Answer Assam | SCERT Class 5 Environment Chapter 9 Solution |পঞ্চম মান শ্ৰেণীৰ পৰিৱেশৰ অধ্যায় ৯ আমাৰ সামাজিক সমস্যা নামৰ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ।

অনুশীলনী

১) উত্তৰ লিখাঁ-

ক)সামাজিক সমস্যা বুলিলে কি বুজা?

উত্তৰঃ-

খ) সমাজত একতা গঢ়ি তোলাত কোনবোৰ গুণৰ প্ৰয়োজন হয়।

উত্তৰঃ-

গ) সামাজিক সমস্যা সৃষ্টিত কোনবোৰ কাৰকে অৰিহনা যোগায়?

উত্তৰঃ-

ঘ) সামাজিক সমস্যা সৃষ্টিত কোনবোৰ কাৰকে অৰিহনা যোগায়?

উত্তৰঃ-

২) খালী ঠাই পূৰ কৰা-

ক)আমি সকলোৱে ______________পাতি বাস কৰো।

খ) ______________ হল সমাজৰ এক শ্ৰেণী মানুহৰ এক ভূল ধাৰণা।

গ)সম্স্যা দীৰ্ঘদিনলৈ বৰ্তি থাকিলে সমাজত ______________ সৃষ্টি হয়।

ঘ)ৰাইজৰ সচেতনতা আৰু ______________ নহলে কোনো সমস্যা সমাধান নহয়।

ঙ)লিখা-পঢ়া নজনা লোককে ______________ লোক বোলে।

৩)ক অংশৰ লগত খ অংশ মিলোৱা-

“ক”“খ”
অন্ধবিশ্বাসত কোনো
পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবে
অন্ধবিশ্বাস, লিংগ-বৈষম্য, শিশু-শ্ৰমিক আদি
মানৱ সমাজৰ আটাইতকৈ অযুক্তিকৰ ধাৰনা
শিশু শ্ৰমিকৰ সৃষ্টি হয়।
ডাইনী বিশ্বাস।
সামাজিক সমস্যা
বৈঞ্জানিক ভিত্তি নাই।

৪) অশুদ্ধ বাক্যবোৰ শুদ্ধকৈ লিখা-

ক)গাওঁ পঞ্চায়ত আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহে সামাজিক সমস্যাবোৰ সমাধানত সহায় কৰিব পাৰে।

খ)কু-সংস্কাৰৰ পৰা সমাজৰ ক্ষতি হয়।

গ) লিংগ-বৈষম্য হ’ল সমাজৰ এটা সমস্যা ।

ঘ)নিৰক্ষতাই সমাজৰ পৰা অন্ধবিশ্বাস আৰু কু-সংস্কাৰ দূৰ কৰিব পাৰি।

ঙ) টকা-পইছাৰ অভাৱ হলে লৰা-ছোৱালীবোৰক শ্ৰমিক সজাই উপাৰ্জন কৰিবলৈ দিব লাগে ।

৫) চমু টোকা লিখাঁ-

ক)অন্ধবিশ্বাস খ)কু-সংস্কাৰ গ)যৌতুক

৬)সামাজিক সমস্যা সমাধানত একতাৰ ভূমিকা কি লিখাঁ।

Type-Arup Koch