প্ৰাকৃতিক সম্পদ।অধ্যায় ৪।Class 5 Environment Lesson 4 Question and Answer Assam | SCERT Class 5 Environment Chapter 4 Solution |পঞ্চম মান শ্ৰেণীৰ পৰিৱেশৰ অধ্যায় ৪ প্ৰাকৃতিক সম্পদ নামৰ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ।

অনুশীলনী-

১) উত্তৰ লিখাঁ-

ক) অসমৰ হাবিত পোৱা চাৰিবিধ মূল্যৱান উদ্ভিদৰ নাম লিখা ?

উত্তৰঃ-

খ) বাৰিষাকালত খেতি কৰা চাৰিবিধ পাচলিৰ নাম লিখা ।

উত্তৰঃ-

গ) অসমৰ তিনিখন বিলৰ নাম লিখাঁ ।

উত্তৰঃ-

ঘ) অসমৰ বনজ সম্পদসমূহৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দুটা উদ্যোগৰ নাম লিখা ।

উত্তৰঃ-

ঙ) বিলাতী মাটি প্ৰস্তুত কৰা দুবিধ বস্তুৰ নাম লিখা ।

উত্তৰঃ-

৩) খালী ঠাই পূৰ কৰা ।

ক) প্ৰাকৃতিকভাৱে পোৱা সকলো সামগ্ৰী __________নহয়।

খ)অসমৰ _______গড় পৃথিৱী বিৰল জাতিৰ প্ৰাণী ।

গ) ব্ৰক্ষ্মপুত্ৰ নৈত পোৱা _________হ’ল পৃথিৱীৰ বিৰল জাতিৰ প্ৰাণী।

ঘ) ভূ-পৃষ্ঠৰ পানী ভাগৰ দৰে __________পানী ভাগো আমাৰ সম্পদ।

ঙ) কয়লাৰ দৰে খাৰুৱা তেলো একপ্ৰকাৰ _________ ইন্ধন।

) তলত দিয়া বাক্য কেইটাৰ পৰা অশুদ্ধবোৰ উল শুদ্ধকৈ লিখাঁ

ক) তিতাচঁপা এবিধ কৃষিজাত উদ্ভিদ।

খ) প্ৰাকৃতিক সম্পদ প্ৰকৃতিৰ পৰা আহৰন কৰা হয়।

গ) নলখাগৰি, শিহু আদি উদ্ভিদ পাহাৰীয়া অঞ্চলত পোৱা যায়।

ঘ) শিলৰ স্তৰৰ মাজত খাৰুৱা তেল পোৱা যায়।

৫) খনিজ সম্পদৰক কিয় অনৱকৰণক্ষম সম্পদ বোলা হয় ?

উত্তৰঃ-

৬) নৈ-উপনৈসমূহৰ ওচৰত জাহাজঘাট,ফেৰীঘাট আদি গঢ়ি উঠাৰ কাৰণ কি ?

উত্তৰঃ-

৭) চমুটোকা লিখাঁ-কয়লা,খাৰুৱাতেল ।

Type-Arup koch