বতৰ ।অধ্যায় ৬।Class 5 Environment Lesson 6 Question and Answer Assam | SCERT Class 5 Environment Chapter 6 Solution |পঞ্চম মান শ্ৰেণীৰ পৰিৱেশৰ অধ্যায় ৬ বতৰ নামৰ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ।

পাঠ-৬

বতৰ

অনুশীলনী

১) উত্তৰ লিখাঁ-

ক) বতৰ বুলিলে কি বুজা ?

উত্তৰঃ-

খ) ঋতু কেইটা আৰু কি কি ?

উত্তৰঃ-

গ) বতৰৰ আগজাননী মানে কি ?

উত্তৰঃ-

ঘ) বতৰৰ তথ্যপাতি দিয়া তিনিবিধ সজুঁলিৰ নাম লিখা।

উত্তৰঃ-

ঙ) কোনটো বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে ?

উত্তৰঃ-

২) ক অংশৰ লগত খ অংশ মিলোৱা-

বায়ুৰ উষ্ণতা
বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ
বৰষুণৰ পৰিমাণ
বায়ুৰ গতিবেগ
ৰেইনগজ
থাৰ্মমিটাৰ
এনিম’মিটাৰ
হাইগ্ৰ’মিটাৰ

৩) খালী ঠাই পূৰ কৰা

ক) গৰম দিনত পাতল ___________কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক।

খ) বতাহৰ দিশ জুখিবলৈ ___________নামৰ সজুঁলি ব্যৱহাৰ কৰা হয়।

গ) বায়ুমোজা বতাহৰ ______________জানিবলৈ ব্যৱহাৰ কৰা হয়।

ঘ) ধুমুহা আহিলে আকাশত ___________মাৰে আৰু মেঘেও গাজে।

ঙ)ইন্টাৰনেট সংযোগ থকা __________ জড়িয়তে আমি বতৰৰ বিভিন্ন তথ্য পাব পাৰোঁ।

৪) বতৰৰ আগজাননী কি কি মাধ্যমৰ জড়িয়তে দিয়া হয়?

উত্তৰঃ-

৫)চমু টোকা লিখাঁ।

ক) ৰেইনগজ খ) কৃত্ৰিম উপগ্ৰহ গ)বতৰ বিঞ্জান কেন্দ্ৰ

৬) তোমাৰ ভাল লগা এটা বতৰৰ বিষয়ে পাছঁশাৰী বাক্য লিখাঁ

৭) বতৰ অনুযায়ী আমাৰ সাজপাৰ কেনেধৰনৰ হব লাগে লিথাঁ।

৮) শীতকালত পাত সৰি পৰা তিনিবিধ উদ্ভিদৰ নাম লিখাঁ।

উত্তৰঃ-

৯) কি কি কামত বতৰৰ আগজাননীয়ে সহায় কৰে ?

উত্তৰঃ-

১০) বতৰৰ উপাদানকেইটাৰ নাম কি কি ?

উত্তৰঃ-

১১) মেঘালয়ৰ চেৰাপুঞ্জী আৰু মৌছিনৰামত বৰষুনৰ পৰিমাণ কিয় কমি আহিছে ?

উত্তৰঃ-

Type-Arup Koch