সবাতোকৈ আপোন । অধ্যায় ১ । Class 6 Assamese Lesson 1 Question and Answer Assam | SCERT Class 6 Assamese Chapter 1 Solution | Assamese Medium Class 6 Assamese Lesson 1 Answer | ষষ্ঠ মান শ্ৰেণীৰ অসমীয়া অধ্যায় ১ সবাতোকৈ আপোন পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

সবাতোকৈ আপোন ৩। কোৱা আৰু লিখা- (ক) কবিয়ে কাক সবাতোকৈ আপোন বুলি কাক কৈছিল? উত্তৰঃ কবিয়ে মোৰ আই, মোৰ দেশ, মোৰ ভাষাক সবাতোকৈ আপোন বুলি কৈছে। (খ) কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কথা কৈছে? উত্তৰঃ কবিয়ে প্ৰাণৰ চিনাকি বুলি ধুনীয়া ধৰণী, নগৰ Read More …