আমাৰ পৰিৱেশ।অধ্যায় ১৫। Class 5 Environment Lesson 1 Question and Answer Assam | SCERT Class 5 Environment Chapter 1 Solution | সপ্তম মান শ্ৰেণীৰ পৰিৱেশৰ অধ্যায় ১ আমাৰ পৰিৱেশ নামৰ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ।

আমাৰ পৰিৱেশ

১) উত্তৰ লিখাঁ ।

ক) পৰিৱেশৰ জৈৱিক উপাদান কেইটাৰ নাম কি কি ?

উত্তৰঃ-

খ) পেংগুইন চৰাইৰ গাৰ গঠন কেনেকুৱা?

উত্তৰঃ-

গ) শিৱসাগৰ জিলাত থকা পুৰনি কীৰ্তিচিহ্ন দুটাৰ নাম লিখাঁ ।

উত্তৰ-ঃ

ঘ) পৰিৱেশৰ অজৈৱিক উপাদানসমৃূহ কি কি ?

উত্তৰঃ-

ঙ) মানৱসৃষ্ট পৰিৱেশ বুলিলে কি বুজা ?

উত্তৰঃ-

২) ক অংশৰ লগত খ অংশ মিলোৱা-

      ক  খ
তেজপুৰ
কামৰুপ
গোৱালপাৰা
ধুবুৰী
কাছাৰ
ভূৱন পাহাৰৰ মন্দিৰ
টেগবাহাদুৰৰ গুৰুদ্বাৰ
অগ্নিগড়
পোৱামক্কা
সূৰ্যপাহাৰ

৩) খালী ঠাই পূৰ কৰা-

ক) মৰুভূমিৰ প্ৰানীৰ ছাল _________আৰু _________ ।

খ) বগা ভালুক _________ অঞ্চলত থাকে।

গ) তৃণভূমি অঞ্চলত _________ পোৱা যায়।

ঘ) পানবাৰীৰ _________ মছজিদ ঐতিহ্যৰ প্ৰতীক ।

৪)তলৰ উক্তিসমূহ শুদ্ধ কৰি লিখাঁ ।

ক) বগা ভালুক/হৰিণা/জেব্ৰা মেৰু অঞ্চলৰ প্ৰানী ।

খ) ছীল/বল্গা হৰিণ/য়াকৰ দীঘল আৰু শাখা-প্ৰশাখাযুক্ত শিং থাকে।

গ) জিৰাফ/সিংহ /বাঘৰ গাৰ ৰং ধূসৰ।

৫) চমুটোকা লিখাঁ-জলাহভূমি,অণুজীৱ।

৬) এটা প্ৰাকৃতিক দৃশ্যৰ ছবি আঁকা।

Type Arup Koch